• তামুলপুৰত পথ দুৰ্ঘটনা, নিহত দুজন...

    আঞ্চলিক
    তামুলপুৰত পথ দুৰ্ঘটনা, নিহত দুজন...

    বাকসা : বাকসাৰ তামুলপুৰত শনিবাৰে নিশা ভয়াৱহ পথ দুৰ্ঘটনাত দুজনকৈ লোক নিহত হয়। তামুলপুৰৰ কুমাৰীকাটা আৰু দীঘেলিপাৰত সংঘটিত পৃথক দুৰ্ঘটনাত ৰঘু শৰনীয়া আৰু মজাহাৰ আলী নামৰ লোক দুজন থিতাতে নিহত হয়৷





    আৰু পঢ়িব পাৰিব : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাৰৰ উৎসাহ





    প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় ৰঙিয়া -ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ কুমাৰীকাটাত। জানিব পৰামতে ভূটানৰ পৰা ৰঙিয়াৰ দিশলৈ আহি থকা এখন ষোল্লচকীয়া বাহনৰ স'তে এখন ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষ হোৱাত ট্ৰেক্টৰৰ চালকজন থিতাতে নিহত হয়। নিহত চালকজন কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত ভঙা আলী গোপীনাথ পুৰৰ মজাহাৰ আলী(৩৮ )।





    আৰু পঢ়িব পাৰিব : মুখ্যমন্ত্ৰী সোণোৱালৰ কনভয়ৰ খুন্দাত আহত হয় এজন বাইক আৰোহী





    ইপিনে নিশা তামুলপুৰ থানাৰ অন্তৰ্গত দীঘেলিপাৰ গাঁৱত আন এটা দুৰ্ঘটনা সংঘটিত হয়। নিশা ঘৰলৈ গৈ থকা অৱস্থাত এখন চাৰিচকীয়া বাহনে পিছফালৰ পৰা খুন্দিওৱাত ৰঘু শৰণীয়া( ৪৫) নামৰ এজন লোক থিতাতে নিহত হয়। নিহত লোকজনৰ ঘৰ তামুলপুৰ থানাৰ অন্তৰ্গত দীঘেলিপাৰ গাঁৱত‌‌‌।


    sabung ayam onlinelive baccaratstrategi viral marketing lucky neko odadinggenerasi gadget mahjong ways2 scatter hitamcara menang besar mahjong ways2 gowes strategikemenangan viral strategi menang mahjong ways2terungkap efek fomo genz scatter hitam mahjong ways2sabung ayam onlinesabung ayam online