• তিনিচুকীয়াত আৰক্ষীৰ অমানৱীয়তা, তীব্ৰ প্ৰতিক্ৰিয়া

    আঞ্চলিক
    তিনিচুকীয়াত আৰক্ষীৰ অমানৱীয়তা, তীব্ৰ প্ৰতিক্ৰিয়া

    তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ কাকপথাৰত সংঘটিত হৈছে এক অমানৱীয় ঘটনা৷ বিনা কাৰণত এজন নৱম শ্ৰেণীৰ ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ আৰক্ষীৰ৷ জানিব পৰা মতে, দেওবাৰে নিশা প্ৰায় ৮-৩০ মান বজাত কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰজাগড় গাঁৱৰ ৰাজ নেওগ নামৰ ১৪ বছৰীয়া এটি শিশুৰ ওপৰত নিৰ্যাতন চলায় আৰক্ষীয়ে।





    আৰু পঢ়িব পাৰিব  :ৰাজ্যজুৰি পালন ফল্গু উৎসৱ : ফাঁচীবজাৰত মুখ্যমন্ত্ৰীৰ হোলী উদযাপন





    অভিযোগ অনুসৰি কোনো কাৰণ নোহোৱাকৈ পিতৃ-মাতৃ তথা গাঁৱৰ কোনো লোকক অৱগত নকৰাকৈয়ে দোকানত শুই থকাৰ পৰা উঠাই আনি কোনোধৰণৰ সোধা-পোছা নকৰাকৈ হেমন্ত হাজৰিকা নামৰ বিষয়াগৰাকীৰ নেতৃত্বত যোৱা ৬ জনীয়া আৰক্ষী দলটোৱে কিশোৰজনক মাৰপিট কৰাৰ অভিযোগ উঠিছে।





    আৰু পঢ়িব পাৰিব  :জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যু: নলাত উদ্ধাৰ মৃতদেহ





    মনোজ নেওগৰ পুত্ৰ ৰাজ নেওগ ডুমডুমা হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নত নৱম শ্ৰেণীৰ ছাত্ৰ। কোনোকাৰণ নোহোৱাকৈ এজন কিশোৰক নিৰ্যাতন কৰা কাৰ্যক সদৌ মৰাণ ছাত্ৰ সন্থাই গৰিহণা দিয়াৰ লগতে উচিত তদন্তৰ আহ্বান জনায়। অৱশ্যে, কাকপথাৰ আৰক্ষী বিভাগৰ ফালৰ পৰা এতিয়ালৈকে কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor