National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
দলগাঁওঃ দৰং জিলাৰ দলগাঁৱৰ ৰোহিনীকাষ আৰু গাদৈঝাৰ গাঁৱত পুৱাই দুটা গঁড় ৰাইজে প্ৰত্যক্ষ কৰে আৰু ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়। অৰণ্যৰ পৰা জনসমুদ্ৰলৈ ওলাই অহা গঁড় দুটা বিভক্ত হৈ ৰোহিনীকাষ আৰু গাদৈঝাৰ গাঁৱত লেছেৰা খেতি আৰু পুখুৰী এটাত বৰ্তমানেও আশ্ৰয় লৈ আছে।
আৰু পঢ়িব পাৰিব : উত্তৰ গুৱাহাটীৰ ‘আআইটি’ত অচেতন অৱস্থাত উদ্ধাৰ বহিঃৰাজ্যৰ ছাত্ৰী
গাদৈঝাৰ গাঁৱৰ সংছেৰ আলী নামৰ লোক এজনক গঁড়টোক খুন্দিয়াই আহত কৰে। গঁড়টো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিশাৰ ভাগত ওলাই অহাৰ সন্দেহ কৰিছে বন কৰ্মীসকলে।
আৰু পঢ়িব পাৰিব : আৰু অসমলৈ নাহে প্ৰিয়ংকা গান্ধী, নিৰ্বাচনৰ মাজতে ল’লে এই সিদ্ধান্ত
বন বিভাগৰ লোকে খবৰ পাই গঁড় খেদিবলৈ ঘটনাস্থলীত উপস্থিত হয় যদিও চাৰিওফালে ৰাইজে আগুৰি থকাত বন কৰ্মীসকল সফল হ’ব পৰা নাই। গঁড়টোৱে ইতিমধ্যে বহু খেতি-পথাৰো নষ্ট কৰিছে।
Leave A Comment