• দুৰ্ঘটনাক কেন্দ্ৰ কৰি দুই যুৱকক আক্ৰমণ উন্মত্ত জনতাৰ !

    আঞ্চলিক
    দুৰ্ঘটনাক কেন্দ্ৰ কৰি দুই যুৱকক আক্ৰমণ উন্মত্ত জনতাৰ !

    নগাঁও : অভি-নীল হত্যাকাণ্ডৰ দৰে আন এক ঘটনা সংঘটিত হ'ল সোমবাৰে বঢ়মপুৰৰ কন্দলিত। ঐতিহাসিক বাদুলি খোৰোং মেলা দৰ্শন কৰিবলৈ যোৱাটোৱেই কাল হ'ল বঢ়মপুৰৰ পোটনী চুটীয়া গাঁৱৰ দুজন যুৱকৰ।





    আৰু পঢ়িব পাৰিব : অসমৰ চাৰিখন ছবিলৈ স্বীকৃতিৰে ৬৭সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা





    কন্দলিৰ বাদুলি খোৰোঙত অনুষ্ঠিত হোৱা প্ৰসিদ্ধ বাদুলি মেলা উপভোগ কৰি মটৰ চাইকেলেৰে উভতি আহিছিল পল্লৱজ্যোতি শইকীয়া আৰু ভিগ্যজ্যোতি বেজবৰুৱা নামৰ যুৱক দুজন। ঘৰ অভিমুখে আহি থকা অৱস্থাত হঠাৎ অসাৱধানৱশতঃ বাটত এগৰাকী কণমানি ছোৱালীক খুন্দিয়াইছিল। আৰু তাৰপাছতে যুৱক দুজনৰ ওপৰত আক্ৰমণ চলাই এদল লোকে৷





    আৰু পঢ়িব পাৰিব : ‘‘কালাপাহাৰ’ৰ জৰিয়তে অসম ধ্বংসৰ ষড়যন্ত্ৰ কৰিছে কংগ্ৰেছে’





    অৱশ্যে এই ঘটনাটোত ছোৱালীজনী বিশেষ আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে৷ ইপিনে এই ঘটনাৰ বাবে আক্ৰমণৰ সন্মুখীন হোৱা পল্লৱজ্যোতি নামৰ যুৱকজনে বৰ্তমান গুৱাহাটীৰ এখন হাস্পতালত মৃত্যুৰ যন্ত্ৰণাত চটফটাই থকাৰ পৰিৱৰ্তে আনজনো সংকটমুক্ত নহয় বুলি জানিব পৰা গৈছে।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor