Regional
Meanwhile, the police recovered the dumper truck (AS01NC4919) from the spot. However, the driver fled after the accident.
ধুবুৰী : ধুবুৰীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন গোচৰৰ অভিযুক্ত দুই অভিযন্তাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ অভিযন্তা ছাদ্দাম হুছেইন আৰু আব্দুল্লাহ আল মাছুদ মোল্লা। ধুবুৰী আৰু গৌৰীপুৰ আৰক্ষী থানাত দুয়োজনৰ বিৰুদ্ধে ৰুজু হৈ আছিল দুটাকৈ গোচৰ।
গৌৰীপুৰ উন্নয়ন খণ্ড এলেকাত এম জি এনৰেগা আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতিৰ অভিযোগত প্ৰায় ডেৰ মাহ পূৰ্বে ৰুজু হৈ আছিল গোচৰ।
পশ্চিম বংগত আত্মগোপন কৰি থকা ছাদ্দাম হুছেইন আৰু আব্দুল্লাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষীয়ে।
Leave A Comment