ৰাষ্ট্ৰীয়
যোৰহাট : যোৰহাটৰ মৰিয়নিত আজি পুৱতিনিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। মৰিয়নি নগৰৰ মাজমজিয়াত থকা দৈনিক বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ড। নিমিষতে জুইত জাহ গ’ল ২০খনৰো অধিক দোকান আৰু গুদামঘৰ।
আৰু পঢ়িব পাৰিব : গৃহমন্ত্ৰীৰ উপস্থিতিত যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰ সম্পন্ন
ঘটনাৰ কিছু সময়ৰ পাছতে মৰিয়নি, যোৰহাট আৰু তিতাবৰৰ পৰা অহা ১০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে। অৱশ্যে এই অগ্নিকাণ্ড কেনেদৰে সংঘটিত হ'ল, সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই।
আৰু পঢ়িব পাৰিব : ‘নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তকৰ জন্মস্থানত উপস্থিত হৈ মই গৌৰৱান্বিত’- অমিত শ্বাহ
বিধ্বংসী অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ গৈছে বুলি জানিব পৰা গৈছে৷
Leave A Comment