National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
ধুবুৰীঃ ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ অভিযান অব্যাহত। গৌৰীপুৰৰ দক্ষিণ টিয়ামাৰীত চলা এই অভিযানত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ কফ চিৰাফ আৰু নগদ ধন।
আৰু পঢ়িব পাৰিব : ক’ভিডত মৃত্যু হোৱা হিন্দু ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া কৰাত সহায় মুছলমান যুৱকৰ
আটক চাৰিজনকৈ ড্ৰাগছ ব্যৱসায়ী ক্ৰমে হাফিজুৰ ৰহমান, ৰফিকুল ইছলাম, আমিৰ আলী, নিশাৰ আমিন। As 17 F 2747 নম্বৰৰ এখন ইয়ন গাড়ীত ড্ৰাগছখিনি লৈ আহিছিল চাৰি ড্ৰাগছ ব্যৱসায়ীয়ে। গাড়ীখনৰপৰা বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ, কফ চিৰাফ উদ্ধাৰ হোৱাৰ লগতে উদ্ধাৰ হৈছে এখন তৰোৱাল।
Leave A Comment