• নগাঁৱত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ আটক দুই

    আঞ্চলিক
    নগাঁৱত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ আটক দুই

    নগাঁওঃ নগাঁও জিলাৰ ৰাঙলু আৰক্ষী চকীৰ অৰ্ন্তগত ৰাঙলু বজাৰ অঞ্চলৰপৰা গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।





    আৰু পঢ়িব পাৰিব: আলফা স্বাধীনৰ হাতত পুনৰ অপহৃত হ’ল ONGCৰ ৩ জন অসমীয়া বিষয়া-কৰ্মচাৰী





    আটকাধীন যুৱক দুজন ইডুল হক আৰু মহিবুল্লাহ। দুয়োৰে হাতৰপৰা ১৬ চিচি নিচাযুক্ত দ্ৰব্য (ড্ৰাগছ) জব্দ কৰিবলৈ সক্ষম হয়।





    আৰু পঢ়িব পাৰিব: ক’ভিড পৰিস্থিতিক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা। কি আছে এই নিৰ্দেশনাত?





    আনহাতে আটকাধীন লোক দুজনৰ সৈতে ব্যৱসায়ত জড়িত আন দুজন ক্ৰমে আইজুল হক আৰু মইনা বৰ্তমানেও পলাতক। আটকাধীন দুয়োকে জে’ল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।