• পঞ্চায়তৰ সভাপতি-সচিবৰ দায়িত্বহীনতাত অতিষ্ঠ ৰাইজ

    আঞ্চলিক
    পঞ্চায়তৰ সভাপতি-সচিবৰ দায়িত্বহীনতাত অতিষ্ঠ ৰাইজ

    হাজোঃ হাজোৰ একাংশ পঞ্চায়তৰ সভাপতি-সচিবৰ উন্নয়নৰ কাম-কাজৰ ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব নাই! ইয়াৰে অন্যতম ‘শ্বহীদ খগেন ভৰালী পঞ্চায়ত’। এতিয়াও পঞ্চায়তখনৰ চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৭-১৮ বৰ্ষৰ আঁচনিৰ কামেই শেষ হোৱা নাই।





    আৰু পঢ়িব পাৰিব : ৮লাখ চাহ শ্ৰমিকক ৩হাজাৰকৈ টকা বিলাব সীতাৰমণে…





    কামৰ তদাৰক কৰিবলৈ আহি হতভম্ব কামৰূপ জিলাৰ অতিৰিক্ত প্ৰকল্প সঞ্চালিকাগৰাকী। শীঘ্ৰে কামৰ হিচাপ-নিকাচৰ নথি-পত্ৰ লৈ প্ৰকল্প সঞ্চালিকাৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ পঞ্চায়তৰ কৰ্মচাৰীক। উল্লেখ্য যে, পঞ্চায়তটোৰ সভানেত্ৰী গীতাঞ্জলি ভৰালী বিজেপি দলৰ হোৱা সত্ত্বেও উন্নয়নৰ কামৰ ক্ষেত্ৰত তেওঁ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে।





    আৰু পঢ়িব পাৰিব : ‘FLIPKART’ৰ কাৰ্যালয়ৰপৰা চোৰে লুটিলে ৭লাখ





    ইয়াৰ পাছতে অতিৰিক্ত প্ৰকল্প সঞ্চালিকাগৰাকী উপস্থিত হয় কলিতাকুছি পঞ্চায়তত। পঞ্চায়তটোৰ উন্নয়নৰ কাম-কাজত তেওঁ সন্তুষ্ট হয় যদিও আধৰুৱা কামসমূহ পূৰ্ণগতিত কৰি নিৰ্বাচনৰ পূৰ্বে শেষ কৰিবলৈ নিৰ্দেশ দিয়ে।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor