• প্ৰজেক্ট হিউমেনিটীৰ ‘এসাঁজ ভাত’ পদপথৰ লোকলৈ!

    আঞ্চলিক
    প্ৰজেক্ট হিউমেনিটীৰ ‘এসাঁজ ভাত’ পদপথৰ লোকলৈ!

    গুৱাহাটী: ‘মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে, ভাবিব কোনেনো কোৱা সমনীয়া’- সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ এই গীতটিয়ে প্ৰত্যেকগৰাকী নৱ-প্ৰজন্মই সদায়ে অনুপ্ৰাণিত কৰি আহিছে৷ এক নতুনত্ব তথা সমাজত ক্ষুদ্ৰমান সহায়ৰ লক্ষ্যৰে গঢ় লৈ উঠা ‘প্ৰজেক্ট হিউমেনিটী'-এ এইবাৰ পদপথৰ লোকসকলক প্ৰদান কৰে খাদ্য৷





    প্ৰজেক্ট হিউমেনিটী




    সোমবাৰে মহানগৰীৰ শুক্লেশ্বৰ ঘাটৰ সমীপত ৫০গৰাকী পদপথৰ লোকক দুপৰীয়াৰ আহাৰ প্ৰদান কৰে৷ কেইগৰাকীমান উদীয়মান যুৱক-যুৱতীৰ সহায়ত গঢ় লোৱা প্ৰজেক্ট হিউমেনিটী-এ পূৰ্বেও এনে কাৰ্য সম্পাদন কৰি আহিছে৷ ক'ভিডসৃষ্ট পৰিৱেশত আৰ্থিকভাৱে দুৰ্বল লোকসকলে বিশেষকৈ খাদ্যৰ তীব্ৰ সংকটত ভুগিছিল৷





    প্ৰজেক্ট হিউমেনিটী




    সেই সময়তে প্ৰাণ পাই উঠা প্ৰজেক্ট হিউমেনিটীয়ে এই লোকসকলক কিছু পৰিমাণে সহায়ৰ হাত আগবঢ়াইছিল৷ 'মিলাপ' ফাণ্ডৰেইজাৰৰ সহায়ত সংগ্ৰহ কৰা পুঁজিৰে তেওঁলোকে আগবঢ়াই এই সহায়৷





    প্ৰজেক্ট হিউমেনিটী




    পৰৱৰ্তী সময়ত গ্ৰাম্য অঞ্চলত শিশু তথা যুৱচামক অনুপ্ৰাণিত তথা বিকাশৰ লক্ষ্যৰে বিভিন্ন বিষয়ৰ ওপৰত কৰ্মশালাৰো অনুষ্ঠিত কৰিছিল৷


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor