• প্ৰতিদ্বন্দ্বিতাপূৰ্ণ অলিম্পিকত ২ ভাতৃৰ পুনঃমিলন...

    আঞ্চলিক
    প্ৰতিদ্বন্দ্বিতাপূৰ্ণ অলিম্পিকত ২ ভাতৃৰ পুনঃমিলন...

    ট’কিঅ’ : সমগ্ৰ বিশ্বত অলিম্পিকৰ উন্মাদনা অব্যাহত থকাৰ সময়ত সংঘটিত হৈছে এক হৃদয়স্পৰ্শী ঘটনা। প্ৰতিযোগিতা চলাকালীন, সুদীৰ্ঘ সময়ৰ অন্তৰালত দুই ভাতৃৰ পুনঃমিলনৰ ঘটনা পোহৰলৈ আহিছে। উল্লেখ্য যে, দুয়োজনে ২টা ভিন্ন দলক প্ৰতিনিধিত্ব কৰিছে। এজনে শৰণাৰ্থী দলক, আনজনে জাতীয় ছিৰিয়ান দলক প্ৰতিনিধিত্ব কৰিছে। শুকুৰবাৰে আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ প্ৰাকমুহূৰ্তত দু‌ই ভাতৃৰ পুনঃমিলনৰ ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। শৰণাৰ্থী অলিম্পিক দলৰ আলা মাছ’ৱে তেওঁৰ ভাতৃ মহম্মদ মাছ’ক আলিংগন কৰি ফটো তুলিছিল। দুয়োজন ভাতৃ মূলতঃ আলেপ্পো চহৰৰ, সম্প্ৰতি তেওঁলোকে জাৰ্মানীত বাস কৰে। তেওঁলোকৰ দেউতাক এজন সাঁতোৰ প্ৰশিক্ষক আছিল।





    আনে যোৱা বাটেৰে নগৈ আলাই গ্ৰহণ কৰিছিল সাঁতোৰবিদ্যা, আনহাতে মহম্মদ মাছ’-এ ট্ৰাইথ’লনৰ প্ৰশিক্ষণ লৈছিল। আন্তৰ্জাতিক অলিম্পিক সমিতিৰ ৱেবছাইটত তেওঁৰ প্ৰ'ফাইল অনুসৰি, ২০১১ চনত ছিৰিয়াৰ যুদ্ধসদৃশ পৰিৱেশৰ বাবে প্ৰশিক্ষণত ব্যাপক প্ৰভাৱ পৰিছিল। তাৰ ফলত, আলা মাছ’ই ২০১৫ চনত ছিৰিয়া ত্যাগ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ জাৰ্মানীত নিগাজীকৈ থাকিবলৈ লয় আৰু পুনৰ সাঁতোৰ প্ৰশিক্ষণত ব্ৰতী হয়।
    প্ৰতিযোগিতাৰ সময়ত, তেওঁ আন এজন ছিৰিয়ান শৰণাৰ্থী সাঁতোৰবিদ য়ুছ’ৰা মাৰ্দিনীৰ সৈতে অংশ লৈছিল। যুদ্ধৰ ফলত তেওঁৰ সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাৰ পাছত মহম্মদ মাছ’-এ ২০১৫ চনত ইউৰোপলৈ ৰাওনা হৈছিল। স্বাভাৱিকতে ক্ৰীড়াৰ প্ৰাংগণ কেৱল প্ৰতিদ্বন্দ্বীৰ চমকে আলোডি়ত কৰি ৰখা নাই। এনে কিছু মৰ্মস্পৰ্শী ঘটনায়ো অন্তৰত পুলক জগায়।






    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor