comScore
  • ফৌজদাৰী গোচৰ ৰুজু : নিমাতীঘাট কাণ্ডৰে জড়িত ৬ জন লোকক গ্ৰেপ্তাৰ

    আঞ্চলিক
    ফৌজদাৰী গোচৰ ৰুজু : নিমাতীঘাট কাণ্ডৰে জড়িত ৬ জন লোকক গ্ৰেপ্তাৰ

    যোৰহাট : নিমাতীঘাট কাণ্ডৰে জড়িত ৬ জন লোকক গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে৷ মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পাছতেই তৎপৰ হৈ পৰিছে যোৰহাট আৰক্ষী। শনিবাৰে নিশা নিমাতী দুৰ্ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰে ৬ জনকৈ লোকক। বুধবাৰে বিয়লি ৰাজ্য কঁপাই যোৱা ফেৰী দুৰ্ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত যোৰহাট আৰক্ষীয়ে আটক কৰে লোককেইজনক। আটকাধীন লোক কেইজন ধনবৰ দাস ফেৰীখনৰ গুৰিয়াল, যোগেন দত্ত ঘাটৰ সহায়ক, বিজু কুমাৰ দাস আই ডাব্লিউ টিৰ মাষ্টাৰ ৰোল কৰ্মচাৰী, জয়ন্ত দত্ত আই ডাব্লিউ টিৰ মাষ্টাৰ ৰোল কৰ্মচাৰী, বিনোদ বৰুৱা খালাচী, বাবুল চন্দ্ৰ নেওগ আই ডাব্লিউ টিৰ মাষ্টাৰ ৰোল কৰ্মচাৰী বুলি জানিব পৰা গৈছে। এই আটাইকেজনৰ বিৰুদ্ধে ইতিমধ্যে যোৰহাট আৰক্ষীয়ে কেচ নং ১৯৩৩/২১ আই পি চি ৩০৪ ধাৰাত এক ফৌজাদাৰী গোচৰ ৰুজু কৰিছে।









    উল্লেখ যে, বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই নিমাতী ঘাটৰ দুৰ্ঘটনাৰ লগত জড়িত সকলক চিনাক্ত কৰি গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছিল। আৰু তাৰপাছতেই তৎপৰ হৈ পৰ যোৰহাট আৰক্ষী৷





    পৰিমিতাৰ








    ইপিনে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ঘটনাটোৰ লগত বহু প্ৰতিপত্তিশীল ব্যক্তি জড়িতআছে। তদুপৰি এই সকল ব্যক্তিৰ ৰজাঘৰীয়াৰ সৈতেও এক সু-সম্পর্ক থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ এতিয়া প্ৰশ্ন হয় যে, যোৰহাট আৰক্ষীয়ে এইসকল সাধাৰণ লোকক আটক কৰিয়েই নিজৰ তদন্ত সামৰিব নে অভিযোগ উঠাৰ দৰে এই ঘটনাৰ লগত জড়িত প্ৰতিপত্তিশীল ব্যক্তিসকলকো এনেদৰে আইনৰ কাষ চাপিবলৈ বাধ্য কৰাব?


    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam online