Breaking News
Firefighters are allegedly having difficulty evacuating everyone inside the hotel, including women and children.
Digital Desk: A major fire broke out at the Papaya Tree Hotel in Indore On Wednesday morning. Visitors and
বকোঃ বকোৰ ৰাজাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে৷ নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী বলেৰ’ পিকআপ ভানে প্ৰচণ্ড জোৰে খুন্দিয়ালে পথৰ দাঁতিৰ এডাল গছত৷ দুৰ্ঘটনা সংঘটিত হোৱা গাড়ীখনৰ নম্বৰ AS 17 C 4880৷ গাড়ীখনত চালকসহ দুজন লোক আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছিল। পাছত বহু চেষ্টাৰ অন্তত আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ ভিতৰৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰে দুয়োজন লোকক। ইয়াৰে এজন ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত চাৰুবাখৰাৰ সমেশ আলী বুলি চিনাক্ত। বৰ্তমানলৈ পৰিচয় উদ্ধাৰ হোৱা নাই আনজনৰ।
Leave A Comment