International
Instead of countering with arguments, Marwat used physical force to strike Khan in the head in return...
হোজাইঃ বন বিভাগৰ অভিযানত হোজাইৰ নীলবাগানৰ জয়ন্তীয়াবস্তিৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ অগৰুভৰ্তি এখন ট্ৰাক। জব্দ কৰা ট্ৰাকখনৰ নম্বৰ AS03AC8453। ট্ৰাকখনৰ পৰা জব্দ কৰা হয় প্ৰায় ১০৮ বস্তা অগৰু।
আৰু পঢ়িব পাৰিব: মৃত্যুৰ বাতৰি ভুৱা : কেনে আছে ভিতালী দাস?
অভিযানকাৰীৰ দল দেখাৰ লগে লগেই গাড়ী এৰি পলায়ন কৰে গাড়ীখনৰ চালকগৰাকী। তাৰ পাছতে বনবিভাগে অগৰুখিনি জব্দ কৰি অব্যাহত ৰাখিছে তদন্ত। ঘটনা সন্দৰ্ভত বনবিভাগে নিজাববীয়াকৈ গোচৰো ৰুজু কৰিছে।
Leave A Comment