• বহু প্ৰত্যাক্ষিত অসম আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ ফলাফল ঘোষণা

    আঞ্চলিক
    বহু প্ৰত্যাক্ষিত অসম আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ ফলাফল ঘোষণা

    গুৱাহাটী : বহু প্ৰত্যাক্ষিত অসম আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰে। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে উপ-পৰিদৰ্শকৰ (ইউ বি) ৫৯৭টা পদৰ বাবে অনুষ্ঠিত কৰিছিল পৰীক্ষা। এই ফলাফলত ৫৯৭ পদত ৪১৮ জন পুৰুষ আৰু ১৭৯ গৰাকী মহিলা পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে বুলি জানিব পৰা গৈছে।





    আৰু পঢ়িব পাৰিব : মৈৰাবাৰীত নিশা মৰেল পুলিচৰ প্ৰহাৰ কিশোৰক: আৰক্ষীৰ হাতত উদ্ধাৰ





    উল্লেখ্য যে, ২০ ছেপ্টেম্বৰত উপ-পৰিদৰ্শকৰ প্ৰথম পৰীক্ষা অনুষ্ঠিত হৈছিল পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা বৃহৎ কেলেংকাৰিৰ পাছতে পুনৰ অনুষ্ঠিত কৰিছিল পৰীক্ষা৷ লগতে এই কেলেংকাৰিত জড়িত থকাৰ অভিযোগত তাৎক্ষণিক তদন্ত গ্ৰেপ্তাৰ হৈছিল পি কে দত্ত, দিবন ডেকাকে ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়া কুমাৰ সঞ্জীত কৃষ্ণ।






    আৰু পঢ়িব পাৰিব : পুলৱামা-কুলগামৰ বিস্ফোৰণত জড়িত ২ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ…





    আনহাতে, এই তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতেই পুনৰ ২২ নৱেম্বৰত অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষা।