Business
Digital Desk : There have been reports that Starbucks is planning to exit the Indian market. Due to high operating costs and low profitability, the brand is facing losses and it may force them to end its joint venture with Tata.
ডিজিটেল ডেস্ক: বাতিল হ’ব বহু বিতৰ্কিত এপিডিচিএলৰ পৰীক্ষা৷ নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰামৰ্শ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ সাংবাদিকৰে হোৱা কথোপকথনত তেওঁ কয়, ‘পৰীক্ষাত গুৰুতৰ জালিয়াতি ধৰা পৰিছে৷ একাংশই ৰিজাল্ট দিবলৈ ছ’চিয়েল মিডিয়াত সৰব হৈছিল৷
তেতিয়াই সন্দেহ কৰি তদন্তৰ ব্যৱস্থা কৰিছিলো৷’নিৰ্দেশ ক্ৰমে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাই মহানগৰীৰ বিভিন্ন স্থানত চলাইছিল অভিযান৷ এই অভিযানত ভিজিলেন্সে নিশা কৰায়ত্ত কৰিচিল ১০ জন অভিযুক্তক৷ আটাইকেইজনকে আজি হাজিৰ কৰাব আদালতত, লগতে ৫ দিনৰ জিম্মাত বিচাৰিব আৰক্ষীয়ে৷
আনহাতে, এপিডিচিএল পৰীক্ষা কেলেংকাৰিৰ মূল অভিযুক্ত চিজিএম আতাউৰ ৰহমান বৰ্তমানেও পলাতক অৱস্থাত আছে৷
Leave A Comment