National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
ডিফু : কাৰ্বি আংলঙৰ ধনশিৰিত প্ৰাক্তন DHD নেতাক গুলীয়াই হত্যা৷ অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে প্ৰাক্তন DHD নেতা অমিত নুনিছাক৷ লগতে দুৰ্বৃত্তৰ গুলীত নিহত হয় এলটা মাইবংছা নামৰ এগৰাকী বৃদ্ধা মহিলাও৷
আৰু পঢ়িব পাৰিব : প্ৰতিষেধক আছে পৰ্যাপ্ত, কিন্তু লওঁতাই পিছ হুঁহকিছে ভাৰতত
বুধবাৰে নিশা প্ৰায় ১২বজাত ধনশিৰীৰ খাৰনাইদিছা গাঁৱত সংঘটিত হয় এই ঘটনা৷ জানিব পৰা মতে গুলী লাগি আহত হয় আশিষ ফংলছা নামৰ আন এগৰাকী যুৱক আৰু গুলীবিদ্ধ যুৱকজনক ততাতৈয়াকৈ আনি ডিফু মেডিকেল হাস্পতালত ভৰ্তি কৰোৱা হয়৷
আৰু পঢ়িব পাৰিব : মুক্তিপণ নাপালে কুইপ’ৰ বিষয়াৰ বিৰুদ্ধে চৰম ব্যৱস্থা ল’ব আলফাই!
গাঁৱৰ ৰাইজে বিছু ডিমাৰ আনন্দ কৰি থকাৰ সময়তে গুলীচালনা কৰে অচিনাক্ত দুৰ্বত্তই৷ ঘটনাৰ পাছতে থিতাতে নিহত হয় প্ৰাক্তন বিদ্ৰোহী নেতাজনৰ লগতে মহিলা গৰাকী৷ এই ঘটনাক গৰিহনা দিয়াৰ লগতে দুৰ্বৃত্তক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবী ডিমাছা ছাত্ৰ সন্থাৰ৷
Leave A Comment