ৰাষ্ট্ৰীয়
ৱাহাটী : বিহু উদযাপন সন্দৰ্ভত স্বাস্থ্য বিভাগে জাৰি কৰিলে গাইডলাইন৷ এই গাইডলাইনসমূহ এনেধৰণৰ- অনুষ্ঠানৰ ৩ দিন পূৰ্বে কমিটীৰ সদস্যৰ ক’ভিড টেষ্ট কাৰটো বাঞ্চনীয়৷ ১১ বজাৰ ভিতৰত সামৰিব লাগিব সকলো অনুষ্ঠান৷
আৰু পঢ়িব পাৰিব : দেশত প্ৰতিষেধকৰ নাটনি! কেইবাখনো ৰাজ্যত উদ্বেগজনক পৰিস্থিতি
আয়োজকে জিলা প্ৰশাসনৰ পৰা ল’ব লাগিব অনুমতি৷ মঞ্চ হ’ব লাগিব আহল-বহল আৰু সকলোফালৰ পৰা মুকলি৷ বিহুতলীত থাকিব লাগিব একাধিক প্ৰৱেশ আৰু প্ৰস্থানৰ পথ৷ আয়োজকে ৰোধ কৰিব লাগিব অধিক জনসমাগম৷
আৰু পঢ়িব পাৰিব : লালকিল্লাৰ হিংসাত জড়িত নাছিল দীপ সিদ্ধু!
বিহুতলীত থাৰ্মেল স্কেনিঙৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক৷ বিহুতলীত মানি চলিব লাগিব সামাজিক ব্যৱধান৷ বিহুতলীত মাস্ক পৰিধান কৰাটা বাধ্যতামূলক৷ নিতৌ দুবাৰকৈ বিহুতলী কৰিব লাগিব ছেনিটাইজ৷
Leave A Comment