• ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ দিন ঘোষণা...

    আঞ্চলিক
    ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ দিন ঘোষণা...

    নতুন দিল্লী : ভলীবল খেলক অসমৰ প্ৰতিখন গাঁও লৈ যোৱাৰ প্ৰয়াসেৰে আৰম্ভ হ'ব এই বৰ্ষৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ ৷ অসমত ২০২১ চনৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগ -চিজন ২ৰ দিন ঘোষণা৷ নতুন দিল্লীত ভাৰতীয় ভলীবল প্ৰাক্তন কেপ্তেইন তথা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ প্ৰতিষ্ঠাপক অভিজিত ভট্টাচায্যই আজি সংবাদমেলযোগে এই ঘোষণা কৰে৷





    ব্ৰহ্মপুত্ৰ ভলীবল লীগ হৈছে বিশ্বৰ প্ৰথমখন লীগ য'ত ল'ৰা আৰু ছোৱালী দুয়োটা দলৰে লীগ হয়৷ ২০২০ চনত ৫০ টা দলে প্ৰথমবাৰৰ বাবে অসমৰ গাঁওসমূহত ভলীবল খেলত অংশ লয়৷ এইবাৰ, ২০৪ টা দল ২০০০ খেলুৱৈয়ে অংশ লব ব্ৰহ্মপুত্ৰ ভলীবল লীগ-চিজন ২৷ ২১ৰ অনুৰ্ধ্বৰ আৰু ১৬অনুৰ্ধ্বৰ শাখাত ল'ৰা আৰু ছোৱালীৰ খেল অনুষ্ঠিত হ'ব৷





    অসমৰ ২৮ খন জিলাত হ'ব লগা এই লীগ জিলা পৰ্যায়ত লীগ হ'ব আৰু ইয়াৰ পাছত ৮ টা জ'নত খেল অনুষ্ঠিত হ'ব৷ ৮ টা জ'নৰ পৰা ৰাজ্যিক পৰ্যায়ৰ লীগ ডিব্ৰুগড়ৰ এখন গাঁওত হ'ব৷ নবেম্বৰৰ ৭ তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু ১৬ ফেব্ৰুৱাৰীত ফাইনেল খেলখন অনুষ্ঠিত হ'ব৷ খেলখন সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজৰ সহায়-সহযোগিতাৰ আহ্বান জনাই৷


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor