• বৰপেটাত এছএছটিৰ অভিযানত ধনসহ আটক ৩ ধৃত

    আঞ্চলিক
    বৰপেটাত এছএছটিৰ অভিযানত ধনসহ আটক ৩ ধৃত

    বৰপেটাঃ বৰপেটাৰ জে’ল ৰোডৰপৰা নিশা স্থিৰ নিৰীক্ষণকাৰী (SST) দলৰ তালাচী অভিযানত এখন বাহনৰপৰা ১৯.৫৫ লাখ টকা জব্দ কৰা হৈছে৷ এখন বলেৰ’ গাড়ীৰে টকাখিনি লৈ যোৱাৰ পথত তিনিজন লোকৰ পৰা এই ধনখিনি জব্দ কৰা হৈছে।





    আৰু পঢ়িব পাৰিব : কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা! মৃত্যু মহিলাৰ





    টকাৰ উৎস সন্দৰ্ভত কোনো নিৰ্ভৰযোগ্য তথ্য দাখিল কৰাত ব্যৰ্থ হোৱাৰ পাছতে টকাখিনি জব্দ কৰি বৰপেটা কোষাগাৰত জমা কৰি ৰখা হয়। নিৰ্বাচনত ভোটাৰক প্ৰভাৱিত কৰাৰ উদ্দেশ্যে অবৈধ ধনৰ সৰবৰাহ বন্ধ কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনে গ্ৰহণ কৰা তৎপৰতাৰ অংশ হিচাপে এই ধনখিনি জব্দ কৰা হৈছে।





    আৰু পঢ়িব পাৰিব : অসমত নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপিৰ ২০গৰাকী ষ্টাৰ কেম্পেইনাৰে





    এইবাৰৰ নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পাছত এইপৰ্যন্ত ৰাজ্যত জব্দ হোৱা এয়াই সৰ্বাধিক পৰিমানৰ ধন।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor