• ভয়ংকৰ অগ্নিকাণ্ডঃ বাসগৃহসহ লক্ষাধিক টকাৰ সম্পত্তি ভস্মিভূত

    আঞ্চলিক
    ভয়ংকৰ অগ্নিকাণ্ডঃ বাসগৃহসহ লক্ষাধিক টকাৰ সম্পত্তি ভস্মিভূত

    যোৰহাটঃ যোৰহাটৰ দিগম্বৰ চুকৰ ১নং ৱাৰ্ডত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ যায় ৮টাকৈ বাসগৃহৰ লগতে লক্ষাধিক টকাৰ সামগ্ৰী।





    আৰু পঢ়িব পাৰিব : অৱশেষত কালান্তক কৰ’নাৰ পৰা হাত সাৰিবলৈ চৰকাৰে ঘোষণা কৰিলে দুসপ্তাহৰ লকডাউন





    দিগম্বৰ চুকৰ এজন লোকৰ ঘৰত ভাৰতীয়া হিচাপে থকা বিশাল নামৰ লোকজনে পৰিয়ালৰ লগত কাজিয়াৰ সৃষ্টি হোৱাত নিজৰ কাপোৰ জ্বলাই দিয়াৰ ফলতে উক্ত অগ্নিকাণ্ড সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।





    আৰু পঢ়িব পাৰিব : কৰ’নাৰ বিভীষিকাঃ ২৪ ঘণ্টাত অসমত মৃতকৰ সংখ্যা ৪৭জনলৈ বৃদ্ধি





    আৰু বর্তমানলৈকে পলাতক হৈ আছে বিশাল নামৰ লোকজন। ঘটনাস্থলীত অগ্নিনিৰ্বাপনৰ বাহন আহিহে জুই নুমোৱাবলৈ সক্ষম হয়।