• মহানগৰীত বৃদ্ধি ডকাইতি কাণ্ড : ব্যৱসায়ী, মহিলাৰ পৰা লুটিলে ১৪লাখ

    আঞ্চলিক

    গুৱাহাটী : মহানগৰীত দৈনিক সংঘটিত হৈছে চুৰি-ডকাইতিৰ দৰে ঘটনা৷ মুখ্যমন্ত্ৰীৰ সৈতে অ’চিসকলৰ বৈঠকৰ দিনাই সংঘটিত হয় এই ঘটনা। গণেশগুৰিত এজন ব্যৱসায়ীৰ পৰা ৯ লাখ টকা লুট কৰে দুৰ্বৃত্তই৷

    গণেশগুৰিৰ ৰাজপথত সান্ধ্যআইনৰ মাজতে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয়৷ এই কাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভিত৷

    ইপিনে গুৱাহাটীৰ ছয়মাইলৰ পৰাও এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই লুটি নিয়ে ৫ লাখ টকা৷ মঙলবাৰে দিন-দুপৰতে সংঘটিত এই ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে দিছপুৰ থানাত৷

    Weather Forecast