ৰাষ্ট্ৰীয়
ডিজিটেল ডেস্কঃ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই অভিযান আৰম্ভ ভাৰতীয় সেনাৰ। শুকুৰবাৰে জম্মু-কাশ্মীৰৰ বান্দিপোৰাত সেনাই বৃহৎ সফলতা লাভ কৰিছে
গুৱাহাটী : মহানগৰীত দৈনিক সংঘটিত হৈছে চুৰি-ডকাইতিৰ দৰে ঘটনা৷ মুখ্যমন্ত্ৰীৰ সৈতে অ’চিসকলৰ বৈঠকৰ দিনাই সংঘটিত হয় এই ঘটনা। গণেশগুৰিত এজন ব্যৱসায়ীৰ পৰা ৯ লাখ টকা লুট কৰে দুৰ্বৃত্তই৷
গণেশগুৰিৰ ৰাজপথত সান্ধ্যআইনৰ মাজতে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয়৷ এই কাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভিত৷
ইপিনে গুৱাহাটীৰ ছয়মাইলৰ পৰাও এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই লুটি নিয়ে ৫ লাখ টকা৷ মঙলবাৰে দিন-দুপৰতে সংঘটিত এই ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে দিছপুৰ থানাত৷
Leave A Comment