• মহানগৰীত মুকলি অত্যাধুনিক দুখনকৈ ফুট ব্ৰীজ...

    আঞ্চলিক
    মহানগৰীত মুকলি অত্যাধুনিক দুখনকৈ ফুট ব্ৰীজ...

    গুৱাহাটী : মহানগৰীত আজি মুকলি কৰা হয় দুখনকৈ ফুট ব্ৰীজ৷ জি এছ ৰোডত নিৰ্মাণ হোৱা ফুটব্ৰীজ মুকলি কৰিলে গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ গুৱাহাটীৰ খ্ৰীষ্টানবস্তি আৰু এবিচিত অত্যাধুনিক ফুট ব্ৰীজ মুকলি কৰি ৩১ মাৰ্চৰ আগত গুৱাহাটীৰ গোটেই কেইখন পদসেতু মুকলি কৰাৰ ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই৷ ইতিমধ্যে জু-ৰোডত পদসেতু নিৰ্মাণৰ ডিজাইন বনোৱা হৈছে বুলি জানিবলৈ দিয়ে৷





    আৰু পঢ়িব পাৰিব : প্ৰথমবাৰৰ বাবে সংসদত দাখিল হ’ব ছপাবিহীন বাজেট…





    যাত্ৰীৰ সুবিধাৰ বাবে পদপথসমূহ সংশোধনৰ ব্যৱস্থা লোৱা হৈছে। ডিভাইদাৰসমূহো আটকধুনীয়াকৈ নিৰ্মাণ কৰাৰ লগতে চাৰাবভাটিত আৰু এখন উৰণীয়া সেতু নিৰ্মাণৰ কাম হাতত ল'ব বুলি জানিবলৈ দিয়ে৷ গুৱাহাটী আৰু উত্তৰ-গুৱাহাটী সংলগ্ন ব্ৰহ্মপুত্ৰ দলংখন বিশ্বমানৰ হ'ব বুলি মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।





    গুৱাহাটী ক্লাবৰপৰা নুনমাটিলৈ ৫.৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ’ৰলেনযুক্ত উৰণীয়া সেতু নিৰ্মাণৰ ঘোষণা আৰু জু-ৰোড ৰাজগড় সংলগ্ন উৰণীয়া সেতু নিৰ্মাণৰো ঘোষণা কৰে উদ্বোধনী অনুষ্ঠানত৷ বৰ্তমান সমগ্ৰ অসমত ৫২খন উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম চলি আছে আৰু এই সকলো নিৰ্মাণৰ কাম অসমৰ অভিযন্তা, ঠিকাদাৰে সম্পূৰ্ণ কৰিছে।





    আৰু পঢ়িব পাৰিব : গুজৰাটত সহকৰ্মীৰ প্ৰেচাৰ কুকাৰৰ আঘাতত মৃত্যু অসমীয়া যুৱক





    ৭ ফেব্ৰুৱাৰীত 'অসম মালা' প্ৰকল্প উদ্বোধন কৰিব। ‘অসম মালা’ প্ৰকল্পৰ অধীনত ৪২টা ৰোড ক’ৰিডৰ থাকিব। প্ৰধানমন্ত্ৰীৰ গ্ৰামচড়ক যোজনাৰ তৃতীয় সংস্কৰণৰ কাম ২০ ফেব্ৰুৱাৰীৰ পাছত আৰম্ভ কৰা হ'ব।


    sabung ayam onlinelive baccaratstrategi viral marketing lucky neko odadinggenerasi gadget mahjong ways2 scatter hitamcara menang besar mahjong ways2 gowes strategikemenangan viral strategi menang mahjong ways2terungkap efek fomo genz scatter hitam mahjong ways2sabung ayam onlinesabung ayam online