আন্তঃৰাষ্ট্ৰীয়
ডিজিটেল ডেস্ক : পাকিস্তানত নিৰাপত্তা বাহিনীৰ জোৱানে সোমবাৰে নিষিদ্ধঘোষিত তেহৰিক-ই-তালিবান পাকিস্তানৰ ১৭টা সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰে।
গুৱাহাটী : মহানগৰীৰ কুমাৰপাৰাৰ সমাজকৰ্মী পৱিত্ৰ ভৰালীৰ দেহাৱসান ঘটে৷ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত পুৱতি নিশা ৫৬ বছৰ বয়সত মৃত্যু ঘটে ভৰালীৰ৷ জাতীয় দিৱস উদযাপন সমিতিৰ কোষাধ্যক্ষ আছিল ভৰালী৷
আৰু পঢ়িব পাৰিব : শাসনৰ গাদীলৈ পুনৰ বিজেপি; তচনচ হ’ল বিৰোধীৰ মহাজোঁট
জয় হিন্দ ক্লাব, কুমাৰপাৰাৰ সম্পাদক আছিল ভৰালী৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত জড়িত ভৰালীৰ বিয়োগত শোক৷ ক’ভিড নীতি মানি আজি কৰা হ’ব শেষকৃত্য৷
Leave A Comment