• মহানগৰীৰ কুমাৰপাৰাৰ সমাজকৰ্মী পৱিত্ৰ ভৰালীৰ দেহাৱসান

    আঞ্চলিক

    গুৱাহাটী : মহানগৰীৰ কুমাৰপাৰাৰ সমাজকৰ্মী পৱিত্ৰ ভৰালীৰ দেহাৱসান ঘটে৷ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত পুৱতি নিশা ৫৬ বছৰ বয়সত মৃত্যু ঘটে ভৰালীৰ৷ জাতীয় দিৱস উদযাপন সমিতিৰ কোষাধ্যক্ষ আছিল ভৰালী৷

    আৰু পঢ়িব পাৰিব :  শাসনৰ গাদীলৈ পুনৰ বিজেপি; তচনচ হ’ল বিৰোধীৰ মহাজোঁট

    জয় হিন্দ ক্লাব, কুমাৰপাৰাৰ সম্পাদক আছিল ভৰালী৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত জড়িত ভৰালীৰ বিয়োগত শোক৷ ক’ভিড নীতি মানি আজি কৰা হ’ব শেষকৃত্য৷

    Weather Forecast