• মাছ উপহাৰ পালে সৰ্বানন্দ সোণোৱালে !

    আঞ্চলিক
    মাছ উপহাৰ পালে সৰ্বানন্দ সোণোৱালে !

    গুৱাহাটী: প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৈ মাছ উপহাৰ৷ আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আৰি মাছ উপহাৰ দিয়ে উজান বজাৰ মস্য ব্যৱসায়ী সন্থাই৷ প্ৰতিবছৰে বিহুৰ উৰুকাত ব্যৱসায়ী সন্থাই মাছ উপহাৰ দি আহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক।





    আজি উপহাৰ দিয়া মাছটোৰ ওজন প্ৰায় ৮.৫ কেজি বুলি জানিবলৈ দিয়ে৷ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছতে ‘মৰমৰ উপহাৰ’ হিচাপে মস্য ব্যৱসায়ী সন্থাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক প্ৰদান কৰে আৰি মাছটো।





    মাছটো লাভ কৰি উৎফুল্লিত হৈ পৰে সৰ্বানন্দ সোণোৱাল৷