comScore
  • শদিয়া বেল্ট আহোম, মৰাণ, মটক আৰু চুতীয়াসকলৰ বাবে হ’ব সংৰক্ষিতঃ ডাঃ ৰণোজ পেগু

    আঞ্চলিক
    শদিয়া বেল্ট আহোম, মৰাণ, মটক আৰু চুতীয়াসকলৰ বাবে হ’ব সংৰক্ষিতঃ ডাঃ ৰণোজ পেগু

    গুৱাহাটীঃ কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত ডাঃ ৰণোজ পেগুৱে সংবাদমেল সম্বোধন কৰে। জনজাতীয় বেল্টৰ মাটি সুৰক্ষিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা বুলি সংবাদমেলত সদৰী কৰে তেওঁ।বিটিআৰত থকা গোৰ্খাসকলো সুৰক্ষিত হ’ব গ্ৰেজিয়াৰৰ দ্বাৰা বুলি মন্তব্য আগবঢ়ায়। সংৰক্ষিত বনাঞ্চলত বলবৎ হ’ব ২০০৬ৰ আইন। শদিয়া বেল্ট জনজাতীয় লোকৰ বাবে সুৰক্ষিত হ’ব। আহোম, মৰাণ, মটক, চুতীয়াসকলৰ বাবে হ’ব সংৰক্ষিত।





    বহু ঠাইত জনজাতীয় বেল্ট গঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে। ২০০৩চনৰ আগৰেপৰা বিটিআৰত থকা গোৰ্খাই পাব সমঅধিকাৰ। এপিএছচিৰ আওতাত নাথাকিব ইঞ্জিনিয়াৰিং শিক্ষকৰ নিযুক্তি প্ৰক্তিয়া। ইঞ্জিনিয়াৰিং নিযুক্তি ব’ৰ্ডে নিজাববীয়াকৈ দিব পাৰিব নিযুক্তি বুলিও সদৰী কৰে। ২৬খন পলিটেকনিক কলেজতো একে প্ৰক্ৰিয়াৰে নিযুক্তি হ’ব বুলিও সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে।






    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayamagen sabung ayam