comScore
  • শোকাৱহ! পুত্ৰসহ পুখুৰীত জাঁপ মহিলাৰ

    আঞ্চলিক
    শোকাৱহ! পুত্ৰসহ পুখুৰীত জাঁপ মহিলাৰ

    বজালী: ৰাজ্যত বৃদ্ধি পাইছে আত্মহননৰ ঘটনা! বজালীৰ সৰুপেটাত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক শোকাৱহ ঘটনা৷ এটি কণমানি শিশু আৰু মাতৃ পুখুৰীত জাঁপ দি আত্মহত্যা কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সৰুপেটাৰ নাগিনীকুৰত সংঘটিত হৈছে এই শোকৱহ ঘটনাটো৷





    সৰুপেটাৰ দক্ষিণ ভলাগুৰিৰ মহাদেৱ বৰ্মনৰ পত্নী মালবিকা বৰ্মন আৰু তিনি বছৰীয়া শিশুটিক লগত লৈ আত্মহত্যা কৰে তেওঁ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা ঘৰৰ পৰা ওলাই গৈছিল মালবিকা৷ মালবিকা আৰু তেওঁৰ সন্তানক স্বামী মহাদেৱ বৰ্মনে বিচাৰ-খোচাৰ কৰিছিল৷





    উপায়ান্তৰ হৈ বজালী আৰক্ষীচকীত খবৰ দিয়ে৷ অৱশেষত নিশাই পুখুৰীত উদ্ধাৰ হয় দুয়োৰে মৃতদেহ৷ ঘটনাস্থলীত বজালী আৰক্ষীৰ এটা দল উপস্থিত হোৱাৰ লগতে উপস্থিত হয় স্থানীয় লোকসকল৷ তদন্তৰ পাছতহে আত্মহত্যাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব!


    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam online