comScore
  • স্বাধীনতা দিৱস উদযাপনক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা

    আঞ্চলিক
    স্বাধীনতা দিৱস উদযাপনক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা

    গুৱাহাটী : সমাগত স্বাধীনতা দিৱস৷ স্বাধীনতা দিৱসক লৈ দেশত নাই পূৰ্বৰ দৰে উৎসাহ-উদ্দীপনা৷ ক'ভিডসৃষ্ট পৰিবেশৰ মাজতেই উদযাপন হ'ব ৭৫সংখ্যক স্বাধীনতা দিৱস৷ এই সন্দৰ্ভত ৰাজ্য চৰকাৰে আজি জাৰি কৰে নতুন নিৰ্দেশনা৷ এই নীতি-নিৰ্দেশনা এনেধৰণৰ- ৰাজ্যিক ভিত্তিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিতি থাকিব পাৰিব ১,৫০০জন ব্যক্তি৷





    জিলা ভিত্তিক কাৰ্যসূচীত ৫০০ লোকক অংশ লোৱাৰ অনুমতি চৰকাৰৰ৷ মহকুমা ভিত্তিত কাৰ্যসূচীত ৩০০ লোকক অনুমতি প্ৰদান৷ স্থানীয়ভাৱে আয়োজিত কাৰ্যসূচীত ২০০ লোক উপস্থিত থকাৰ অনুমতি প্ৰদান কৰা হৈছে৷ প্ৰেক্ষাগৃহত ৫০ শতাংশ লোক উপস্থিত থাকিব পাৰিব৷





    উপস্থিত থকা প্ৰত্যেক জন ব্যক্তিয়ে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বৰ্তাই ৰখা, ছেনিটাইজেচন কৰাটো বাধ্যতামূলক কৰা হৈছে৷


    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam online