• ১০ ডিচেম্বৰৰ পৰা বৃদ্ধি হ’ব বিলাতী সুৰাৰ মূল্য, বৃদ্ধিৰ সিদ্ধান্ত অসম চৰকাৰৰ

    আঞ্চলিক
    ১০ ডিচেম্বৰৰ পৰা বৃদ্ধি হ’ব বিলাতী সুৰাৰ মূল্য, বৃদ্ধিৰ সিদ্ধান্ত অসম চৰকাৰৰ

    ডিজিটেল ডেস্কঃ ১০ ডিচেম্বৰৰ পৰা বৃদ্ধি হ’ব বিলাতী সুৰাৰ মূল্য। বিলাতী সুৰাত আবকাৰী শুল্ক বৃদ্ধিৰ সিদ্ধান্ত অসম চৰকাৰৰ। বিলাতী সুৰাত সৰ্বোচ্চ ১৫ শতাংশ আবকাৰী শুল্ক বৃদ্ধি কৰা হ’ব। ১০ ডিচেম্বৰৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ’ব। ইতিমধ্যে ৰাজ্য চৰকাৰে জাৰি কৰিলে শুল্ক বৃদ্ধিৰ অধিসূচনা। অৱশ্যে বীয়েৰ-ৱাইনৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।