Business
Digital Desk : There have been reports that Starbucks is planning to exit the Indian market. Due to high operating costs and low profitability, the brand is facing losses and it may force them to end its joint venture with Tata.
গুৱাহাটী : উৎকোচ লোৱাৰ অভিযোগত দোষী সাব্যস্ত হ'ল এচিএছ বিষয়া নন্দিতা কোঁৱৰ৷ আজি বিশেষ ন্যায়াধীশৰ আদালতে শাস্তি বিহিলে নন্দিতাক৷ বিষয়াগৰাকীক শাস্তি হিচাপে চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড ঘোষণা কৰিছে আদালতে৷
আৰু পঢ়িব পাৰিব : পৰকীয়া প্ৰেমৰ পৰিণতি, নৃশংস হত্যাৰ সাক্ষী হ’ল গুৱাহাটী মহানগৰ
ইপিনে আন এটা ধাৰাত ৩ বছৰৰ কাৰাদণ্ডৰ হুকুমো দিয়ে নন্দিতাক৷ ঠিকাদাৰৰ পৰা ২০ হাজাৰ টকা লৈ হাতে-লোতে গ্ৰেপ্তাৰ হৈছিল নন্দিতা কোঁৱৰ৷
আৰু পঢ়িব পাৰিব : অসমত লকডাউন তথা সান্ধ্যআইনৰ কোনো সম্ভাৱনা নাইঃ হিমন্ত
গ্ৰেপ্তাৰৰ সময়ত DRDA ৰ প্ৰকল্প সঞ্চালক আছিল নন্দিতা কোঁৱৰ। বৰ্তমান নন্দিতা কোঁৱৰ চৰকাৰী চপাশালত উপ-সঞ্চালক হিচাপে কৰ্মৰত হৈ আছিল৷
Leave A Comment