• ৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি নন্দিতা কোঁৱৰক !

    আঞ্চলিক
    ৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি নন্দিতা কোঁৱৰক !

    গুৱাহাটী : উৎকোচ লোৱাৰ অভিযোগত দোষী সাব্যস্ত হ'ল এচিএছ বিষয়া নন্দিতা কোঁৱৰ৷ আজি বিশেষ ন্যায়াধীশৰ আদালতে শাস্তি বিহিলে নন্দিতাক৷ বিষয়াগৰাকীক শাস্তি হিচাপে চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড ঘোষণা কৰিছে আদালতে৷





    আৰু পঢ়িব পাৰিব : পৰকীয়া প্ৰেমৰ পৰিণতি, নৃশংস হত্যাৰ সাক্ষী হ’ল গুৱাহাটী মহানগৰ





    ইপিনে আন এটা ধাৰাত ৩ বছৰৰ কাৰাদণ্ডৰ হুকুমো দিয়ে নন্দিতাক৷ ঠিকাদাৰৰ পৰা ২০ হাজাৰ টকা লৈ হাতে-লোতে গ্ৰেপ্তাৰ হৈছিল নন্দিতা কোঁৱৰ৷





    আৰু পঢ়িব পাৰিব : অসমত লকডাউন তথা সান্ধ্যআইনৰ কোনো সম্ভাৱনা নাইঃ হিমন্ত





    গ্ৰেপ্তাৰৰ সময়ত DRDA ৰ প্ৰকল্প সঞ্চালক আছিল নন্দিতা কোঁৱৰ। বৰ্তমান নন্দিতা কোঁৱৰ চৰকাৰী চপাশালত উপ-সঞ্চালক হিচাপে কৰ্মৰত হৈ আছিল৷