• ৰাজ্যত চিহ্নিত ২২০টা কৰ'নাৰ হটস্পট এলেকা

    আঞ্চলিক
    ৰাজ্যত চিহ্নিত ২২০টা কৰ'নাৰ হটস্পট এলেকা

    গুৱাহাটী : কাইলৈ প্ৰকাশ পাব নতুন এচ অ'পি৷ ৰাজ্যত ২২০টা হটস্পট চিহ্নিত কৰিছে স্বাস্থ্য বিভাগে৷ আজি জিলা উপায়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এখন বৈঠকত মিলিত হ'ব৷ ভিডিঅ’ কনফাৰেন্সযোগে হ'ব এই বৈঠকখন৷

    লকডাউন অথবা কণ্টেইনমেণ্ট সন্দৰ্ভত ল’ব সিদ্ধান্ত৷ হটস্পট হিচাপে চিহ্নিত অঞ্চল হ’ব কণ্টেইনমেণ্ট জ’ন৷ সমগ্ৰ জিলাটো হ’ব পাৰে লকডাউন৷ গোলাঘাট, বিশ্বনাথ, কাছাৰত কমা নাই সংক্ৰমণ৷ ডিব্ৰুগড়, তিনিচুকীয়া জিলাতো তীক্ষ্ণ নজৰ চৰকাৰৰ৷

    Related News

    International

    Pakistan's finance minister said that Allah is responsible for the country's prosperity and development as it was created in the name of Islam...

    Spiritual

    Ratha Saptami: This day, Ratha Saptami or Magha Saptami, is also known as the birth anniversary of the Hindu deity Surya...

    Digital Desk:

    Instagram Feed

    Follow Us