• ৰাজ্যত পুনৰ অমানৱীয় কাণ্ডঃ দলবদ্ধ ধৰ্ষণ!

    আঞ্চলিক
    ৰাজ্যত পুনৰ অমানৱীয় কাণ্ডঃ দলবদ্ধ ধৰ্ষণ!

    দুলীয়াজানঃ দুলীয়াজানৰ ভাদৈ পাঁচআলিত এক দলবদ্ধ ধৰ্ষণ কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেওবাৰে দুলীয়াজানৰ ভাদৈ অঞ্চলৰ তিনি নং চপাতলীত চাৰি পাষণ্ডই বলপূৰ্বকভাৱে এগৰাকী তিনিমহীয়া অন্তঃসত্ত্বা মহিলাক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ লগতে এগৰাকী যুৱতীক ধৰ্ষণৰ চেষ্টা চলায় ৰঙা ঘৰৰ আলহী হ'ব লগা হয়।





    আৰু পঢ়িব পাৰিব : ৰাফেল : ডছাল্টে কোন মধ্যভোগীক দিছিল ১ নিযুত ইউৰো?





    এই কাণ্ডই সমগ্ৰ ভাদৈ চপাতলী অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাৰ খবৰ লাভ কৰি নিশাই ভাদৈ অঞ্চলৰ পৰা দুলীয়াজান আৰক্ষীয়ে অভিযান চলাই চাৰি পাষণ্ড ক্ৰমে বিকি মণ্ডল(২৩), বীৰছা মুণ্ডা (২৩), ইমাল ধান (২৩), আৰু কৃষ্ণা ওৰাং (২৩)ক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় জে’ল হাজোতলৈ প্ৰেৰণ কৰে।





    আৰু পঢ়িব পাৰিব : চত্তিছগড়ৰ মাওবাদী কাণ্ড : চোৰাংচোৱাৰ ভুল নে অভিযানৰ দুৰ্বলতা?





    আৰক্ষীয়ে ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীৰ লগতে যুৱতীগৰাকীৰ স্বাস্থ্যপৰীক্ষা কৰোৱাই আদালতত সাক্ষ্য গ্ৰহণৰ বাবে প্ৰেৰণ কৰিছে।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjong