Sports
The BCCI has reportedly refused to have the host nation's name 'Pakistan' printed on Team India's jerseys for the ICC Champions Trophy…
Digital Desk: PCB representatives expressed frustration at rumors of India captain Rohit Sharma's pos
নতুন দিল্লী : টকিঅ’ অলিম্পিকত আজি ভাৰতে লাভ কৰিলে প্ৰথমটো পদক৷ ভাৰোত্তোলনত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় মীৰাবাঈ চানুৱে৷ মণিপুৰৰ খেলুৱৈগৰাকীয়ে ট'কিঅ' অলিম্পিকত ৰূপৰ পদক জয়েৰে গৌৰৱান্বিত কৰে দেশবাসীক৷
মহিলাৰ ৪৯ কেজি শাখাত অনবদ্য প্ৰদৰ্শন মীৰাবাঈৰ৷ মণিপুৰৰ মীৰাবাঈ চানু ভাৰোত্তোলনত পদক বিজয়ী ভাৰতৰ দ্বিতীয়গৰাকী খেলুৱৈ৷ ইয়াৰ পূৰ্বে ২০০০ চনৰ ছিডনীত কৰ্ণম মালেশ্বৰীয়ে পাইছিল পদক৷
ইপিনে অলিম্পিকৰ শ্বুটিঙৰ ফাইনেলত প্ৰৱেশ কৰিছে সৌৰভ চৌধুৰীও৷ ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত ৰাউণ্ডত সৌৰভৰ প্ৰৱেশৰ লগে লগে আন এটা পদক নিশ্চিত হৈছে৷
Leave A Comment