• বিহু আৰু ঝুমইৰৰ পাছত এইবাৰ বিশ্ববাসীৰ সন্মুখত প্ৰদৰ্শন হ'ব বাগৰুম্বা আৰু বৰদৈচিখলা

    আঞ্চলিক
    বিহু আৰু ঝুমইৰৰ পাছত এইবাৰ বিশ্ববাসীৰ সন্মুখত প্ৰদৰ্শন হ'ব বাগৰুম্বা আৰু বৰদৈচিখলা
    ডিজিটেল ডেস্ক : বিহু আৰু ঝুমইৰৰ সামূহিক প্ৰদৰ্শনৰ পাছতে এইবাৰ বাগৰুম্বাক বিশ্ব দৰবাৰত জিলিকাবলৈ আগবাঢ়িছে অসম চৰকাৰ ৷

    দেওবাৰে কোকৰাঝাৰত অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। কিছুদিন পূৰ্বেও শৰ্মাই কৈছিল যে বড়োসকলৰ প্ৰধান নৃত্য বাগৰুম্বাক বিশ্ব পৰ্যায়লৈ লৈ যোৱাৰ তেওঁৰ মন।

    মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এইবছৰৰ অক্টোবৰ মাহত ৮ ৰ পৰা ১০ হাজাৰ যুৱক-যুৱতীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা আৰু বৰদৈচিখলা প্ৰদৰ্শন কৰিব। বিশ্বৰ বুকুত এই নৃত্যক প্ৰতিষ্ঠা কৰাৰ বাবে সামূহিক প্ৰদৰ্শনৰ পদক্ষেপ লোৱা হৈছে বুলি তেওঁ কয়।

    উল্লেখ্য যে, অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে বিটিআৰৰ বাবে কেইবাটাও ডাঙৰ ঘোষণা কৰে। তেওঁ কয় যে, বড়োলেণ্ড অঞ্চলৰ ৩৫ খন উচ্চ মাধ্যমিক বিদ্যালয়ক মডেল হাইস্কুললৈ ৰূপান্তৰ কৰা হ’ব। ইয়াৰোপৰি বড়ো মাধ্যমক উচ্চতৰ মাধ্যমিক পর্যায়লৈ আৰু পৰৱৰ্তী সময়ত স্নাতক পৰ্যায়লৈ শিক্ষাৰ মাধ্যম হিচাপে অন্তৰ্ভূক্ত কৰাৰ দিশতো পদক্ষেপ লোৱা হৈছে। 

    অনুষ্ঠানতটিত অমিত শ্বাহৰ উপস্থিতিৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ মার্গ দর্শনত বড়ো ভূমিলৈ শান্তি উভতি আহিছে। বড়ো জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰক আজি সমগ্ৰ দেশে স্বীকাৰ কৰি লৈছে । ইয়াৰ বাবে শ্বাহক ধন্যবাদ জ্ঞাপন কৰে শৰ্মাই।
    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacorstrategi viral marketing lucky neko odadinggenerasi gadget mahjong ways2 scatter hitamcara menang besar mahjong ways2 gowes strategikemenangan viral strategi menang mahjong ways2terungkap efek fomo genz scatter hitam mahjong ways2