• মঙলদৈ জাবৰিকুচিত শোকাৱহ ঘটনা ; চাৰি বছৰীয়া পুত্ৰৰ সন্মুখতে মাতৃৰ দুৰ্ঘটনাত মৃত্যু

    আঞ্চলিক
    মঙলদৈ জাবৰিকুচিত শোকাৱহ ঘটনা ; চাৰি বছৰীয়া পুত্ৰৰ সন্মুখতে মাতৃৰ দুৰ্ঘটনাত মৃত্যু
    ডিজিটেল ডেস্কঃ মঙলদৈত সংঘটিত হৈছে লোমহৰ্ষক  ঘটনা ৷ বিদ্যুতৰ খুটা পৰি মৃত্যু এগৰাকী মহিলাৰ। মৃত মহিলা গৰাকী কোচবিহাৰৰ পানাকুচিৰ মল্লিকা দাস।

    উল্লেখ্য যে মল্লিকা দাস আৰু স্বামী বকুল দাসে নিজৰ একমাত্ৰ চাৰি বছৰীয়া পুত্ৰৰ সৈতে মঙলদৈ জাবৰিকুচিৰ ৰুছেন দাসৰ ঘৰত বিবাহ কাৰ্যত ভাগ লবলৈ আহিছিল।

    বিবাহ সুকলমে সম্পন্ন হৈ যোৱাৰ পিছত মল্লিকা দাস নামৰ মহিলা গৰাকী ওচৰতে ফুৰিবলৈ আহিছিল। 
    সেইসময়তে পথৰ কাষত কেইজন মান  লোকে গছ কাটি আছিল। কাটি থকা গছ বাগৰি বিদ্যুতৰ তাৰত আহি পৰে আৰু  বিদ্যুতৰ খুটা উভালি মল্লিকা দাসৰ মুৰৰ ওপৰতে পৰে।


    স্থানীয় লোকে ততাতৈয়াকৈ মঙলদৈৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই যদিও মৃত্যুক সাৱটি লয় মহিলা গৰাকীয়ে। 
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino onlineslot qrissbobet88sv388baccarat onlinelive baccaratlive casino