• ৰাজ্যিক কৰ্মচাৰীৰ চাকৰিকাল ৬২ বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ

    আঞ্চলিক
    ৰাজ্যিক কৰ্মচাৰীৰ চাকৰিকাল ৬২ বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ
    ডিজিটেল ডেস্ক : ৰাজ্যিক কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল ৬২ বছৰলৈকে বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে দেওবাৰে তিনিচুকীয়াত অনুষ্ঠিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্রীয় কার্যনির্বাহক সভাত। 

    সদৌ অসম কৰ্মচাৰী পৰিষদৰ তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত তিনিচুকীয়া মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত অনুষ্ঠিত কেন্দ্রীয় কার্যনির্বাহক সভাত কৰ্মচাৰীৰ চাকৰিকাল ৬২ বছৰলৈ বৃদ্ধি কৰাৰ লগতে আন বহুকেইটা গুৰুত্বপূর্ণ প্রস্তাৱ গ্ৰহণ কৰা হয়। 

    সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক প্রধান পংকজ বর্মনে কৰ্মচাৰীসকলৰ অভাৱ-অভিযোগ, সমস্যা, সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ সন্দৰ্ভত আজিৰ সভাত সকলোৰে সহযোগিতা কামনা কৰে। 

    ৰাজ্যখনৰ বিভিন্ন স্তৰৰ প্ৰায় চাৰি লাখ পঞ্চাশ হাজাৰ শিক্ষক-কর্মচাৰীক প্রতিনিধিত্ব কৰা সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত গ্রহণ কৰা প্ৰস্তাৱৰ ভিতৰত নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা, শিক্ষকৰ পদোন্নতি, আর্জিত ছুটী প্ৰদান কৰা, ২০২৬ চনৰ পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা সংশোধনীৰ বাবে অষ্টম দৰমহা আয়োগ গঠন কৰাই প্রধান। 

    আনহাতে, কালিৰ সভাত ৰাজ্যিক কৰ্মচাৰী সমাজৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে দেখুওৱা আগ্ৰহক আদৰণি জনায়। কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনা কৰিয়ে দায়িত্ব শেষ নকৰি আলোচনাকালত গ্রহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰীৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিধিগত ৰূপৰেখাও অসম বিধানসভাত প্ৰস্তুত কৰিছে বুলি আজিৰ সভাই মন্তব্য কৰে। ত্রিশ লাখলৈ গৃহ ঋণ বৃদ্ধি, কৰ্মচাৰীৰ বাবে বিনামূলীয়া বীমা আঁচনিৰ সুবিধাৰ বাবে পাঁচটা ৰাষ্ট্ৰীয়কৃত বেংকৰ লগত চুক্তিবদ্ধ হোৱা, চৰকাৰী চিকিৎসালয়ত এপ্রিল মাহৰ পৰা চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া স্বাস্থ্য বীমা আঁচনি আৰম্ভ কৰা। ইয়াৰ বাবে কাৰ্ডৰ ব্যৱস্থা কৰা, স্নাতক স্কেল প্ৰদান কৰা, এস্ক কেডাৰৰ পদোন্নতিৰ ব্যৱস্থা কৰা, পুৰণি পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা, মাষ্টাৰ ৰোল ৱৰ্কাৰ্ছ শ্ৰমিকৰ চাকৰি নিয়মীয়া কৰা আদিৰ ক্ষেত্ৰত যোগাত্মক দৃষ্টিভংগীৰে আগুৱাব বিচৰাটো আশাৰ বতৰা বুলি সভাই মত পোষণ কৰে। 

    উৎসৱৰ সময়ত ৰাজ্যিক কৰ্মচাৰীক এককালীন সাহায্য প্রদান কৰাৰো সভাত বিস্তৃত আলোচনা হয়। আনহাতে, এই সভাই উচ্চতৰ মাধ্যমিকৰ একাদশ শ্ৰেণীৰ চলিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ধাৰাবাহিক ঘটনাত উদ্বেগ প্রকাশ কৰে। ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক মানসিকভাৱে নিৰ্যাতন চলোৱাসকলক শাস্তি বিহিবলৈও দাবী জনায়। লগতে পৰীক্ষাৰ দুৰ্বল ব্যৱস্থাপনাৰ পুনৰ নিৰীক্ষণ কৰি অধ্যক্ষ, বিষয়া, কৰ্মচাৰীসকলক অব্যাহতি দিবলৈ অনুৰোধ জনায়। শিক্ষকৰ পদোন্নতি, আৰ্জিত ছুটীকে ধৰি বিভিন্ন সম্পর্কত পৃথকে আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ সভাই চৰকাৰক আহ্বান জনায়। সভাত বেতন সুৰক্ষাসহ শিক্ষক, কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, এককালীন সাহায্য দিয়া, শিক্ষানুষ্ঠান প্রাদেশিকীকৰণ কৰা, প্রাদেশিকীকৰণৰ সময়ত ৰৈ যোৱা বঞ্চিত শিক্ষক, কৰ্মচাৰী সকলোৰে চাকৰিৰ নিৰাপত্তা নিশ্চিত কৰা আদি বিষয়ে সভাত আলোকপাত কৰে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা শতাধিক প্রতিনিধিয়ে অংশগ্রহণ কৰা সভাত কৰ্মচাৰীসকলৰ অভাৱ-অভিযোগ, সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বিষয়েও আলোচনা কৰা হয়। 

    আনহাতে, এই সভাই পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে আয়োজন কৰা কেন্দ্ৰীয় কার্যনির্বাহক সভাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।


    উৎসঃ দৈনিক জনমভূমি
    slot thailandslot gacorsabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://stechdigitalsolutions.com/https://webzsparkle.com/SABUNG AYAM ONLINELIVE CASINO ONLINESBOBET88wellbeing-spa.comwellbeing-spa.comwellbeing-spa.comwellbeing-spa.comrnmcenter.comrnmcenter.comshivohamshiv.comshivohamshiv.comal-marwani-qa.comab-skin.comrnmcenter.comrnmcenter.comhttps://romanwatch.vn/th/https://bitrax.app/agro/https://bitrax.app/bravo/https://bitrax.app/tele/https://duidev.com/lang/https://duidev.com/storage/https://duidev.com/vendor/https://duidev.com/resources/https://qatarsquash.comhttps://freshlooksalons.comhttps://eyelinkeducation.idhttps://eyelinkeducation.idhttps://eyelinkeducation.idhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://zakachai1.ruhttps://zaczee.comhttps://planejamentoestrategico.orghttps://powerhouse.qahttps://web1giay.comSlot Server ThailandLive Draw TotoSV388SBOBET88sabung ayam onlinescatter hitamcasino onlinesabung ayam onlinesbobetslot thailandlive casinosv388sbobet88slot thailandcasino onlinesv388agen bolaslot thailandsabung ayam onlinesbobetslot thailandSBOBETSABUNG AYAM ONLINESBOBETSABUNG AYAM ONLINEsv388agen mix parlaylive casino onlinezeus slotsv388judi bola onlineagen live casinoscatter hitamsabung ayam onlinesv388judi bola onlinesabung ayam onlineSabung AyamSBOBET88Live CasinoSlot OnlineIndopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxSV388Mix ParlayCasino OnlineSlot Onlineslot thailand gacorSABUNG AYAM ONLINEJUDI BOLA ONLINEJUDI BOLA ONLINEsv388casino onlinespacemanmix parlaysv388casino onlineslot777mix parlaysv388sabung ayam sv388sbobet88 judi bolacasino baccarat onlineslot777hongkong poolsSV388 AGEN SABUNG AYAM ONLINESBOBET88 AGEN JUDI BOLAAGEN LIVE CASINOSITUS SLOT GACOR MAHJONG WAYS 2SV388 AGEN SABUNG AYAM ONLINESBOBET88taruhan bola onlinesv388slot onlineSlot Kakek ZeusAgen Judi Bola