• শিৱসাগৰত পুনৰ এবাৰ শক্তিশালীভাৱে প্ৰতিষ্ঠিত হ'ল সম্প্ৰীতিৰ জীয়া ছবি

    আঞ্চলিক
    শিৱসাগৰত পুনৰ এবাৰ শক্তিশালীভাৱে প্ৰতিষ্ঠিত হ'ল সম্প্ৰীতিৰ জীয়া ছবি
    ডিজিটেল ডেস্কঃ কথাৰে নহয় কৰ্মৰে প্ৰতিফলিত হ'ল চাও লুং চ্যুকাফা,শংকৰ গুৰু আৰু আজান ফকিৰে দেখাই যোৱা অসমীয়াত্বৰ আদৰ্শ ৷ ধৰ্মৰ পৰিচয়তকৈ জাতিৰ পৰিচয় মূল তাক পুণৰ প্ৰমান কৰি দেখুৱালে শিৱসাগৰে।


    শিৱসাগৰত দেখা গ'ল সম্প্ৰীতিৰ এক অপূৰ্ব ছবি৷ হিন্দু ধৰ্মাৱলম্বী আৰু ইছলাম ধৰ্মাৱলম্বীসকলে একত্ৰিত হৈ গ্ৰহণ কৰিলে ইফটাৰ । ইফটাৰৰ আগমুহূৰ্তত গুৰু ভটিমা পাঠ আৰু কোৰাণ পাঠেৰে নেদেখা জনৰ ওচৰত খুজিলে বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ এনাজৰী চিৰ যুগমীয়া হৈ থকাৰ বাবে প্ৰাৰ্থনা।


    শিৱসাগৰৰ পুৰণা চ'ক বজাৰ পথৰ হিন্দু আৰু ইছলাম ধৰ্মৰলোক সকলে পবিত্ৰ ৰমজান মাহৰ সমূহীয়া ইফটাৰ গ্ৰহণ।

    গুৰু ভটিমা পাঠ আৰু পবিত্ৰ কোৰাণ পাঠেৰে ৰোজা ভংগ কৰা দৃশ্যই সম্প্ৰদায়িক শক্তি সমূহলৈ এক শক্তিশালী প্ৰত্যুত্তৰ শিৱসাগৰৰ পুৰণা চ'ক বজাৰ পথৰ দুই ধৰ্মাৱলম্বীলোক সকলৰ।


    উল্লেখ্য যে স্থানীয় সচেতন লোক সকলে এই সমূহীয়া ইফটাৰৰ আয়োজন কৰিছিল।
    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacorstrategi viral marketing lucky neko odadinggenerasi gadget mahjong ways2 scatter hitamcara menang besar mahjong ways2 gowes strategikemenangan viral strategi menang mahjong ways2terungkap efek fomo genz scatter hitam mahjong ways2