• কলাক্ষেত্রত একেলগে সহস্রাধিকে গালে জিকিৰ

    আঞ্চলিক
    কলাক্ষেত্রত একেলগে সহস্রাধিকে গালে জিকিৰ
    ডিজিটেল ডেস্ক : অসমীয়া সংস্কৃতিৰ অন্যতম অংশ হৈছে আজানপীৰ চাহেব ৰচিত জিকিৰ। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্রাণিত হৈ আজানপীৰ চাহেবে তাহানিতে এই লোক সংগীতৰ জৰিয়তে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তা বিলাই ফুৰিছিল। অসমীয়া সংস্কৃতিৰ অংশ এই জিকিৰ ক্ৰমাৎ বিলুপ্তিৰ পথলৈ গতি কৰাৰ সময়তে অসম চৰকাৰে আজানপীৰ চাহেবৰ এই জিকিৰ সংৰক্ষণৰ বাবে কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে। 

    অসম চৰকাৰৰ কেবিনেট বৈঠকত জিকিৰৰ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণৰ পাছতে ৰাজ্যৰ খিলঞ্জীয়া মুছলমানসকল উৎফুল্লিত হৈ পৰিছে। ইয়াৰ সমান্তৰালকৈ জিকিৰৰ সংৰক্ষণ তথা প্ৰচাৰ-প্ৰসাৰৰ বাবে খিলঞ্জীয়া মুছলমানসকলৰ দল-সংগঠনসমূহে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। বিশেষকৈ অসম গৰীয়া পৰিষদ, ছৈয়দ ন্যায়, গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদ, গৰীয়া যুৱ ছাত্ৰ পৰিষদকে ধৰি অন্যান্য সংগঠনসমূহে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। অসম গৰীয়া পৰিষদৰ উদ্যোগত আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 'জিকিৰ গাওঁ আহক' শীর্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। কলাক্ষেত্ৰৰ বাকৰিত আয়োজন কৰা এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এহেজাৰৰো অধিক শিল্পীয়ে একেলগে পৰিৱেশন কৰে 'মোৰ মনত ভেদ ভাব নাই অ' আল্লাহ, মোৰ মনত ভিন পৰ নাই' শীর্ষক জিকিৰ। লক্ষণীয়ভাৱে এই শিল্পীসকলৰ মাজত মুছলমানসকলৰ প্ৰতিনিধিৰ লগতে বহুকেইগৰাকী হিন্দু আৰু অন্যান্য ধর্মাৱলম্বী লোকৰ জিকিৰ প্ৰেমী মহিলাই অংশগ্রহণ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে সম্প্রীতিৰ নিদর্শন দাঙি ধৰে। 

    অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট চিকিৎসক ইলিয়াছ আলী, বিধায়ক আব্দুৰ ৰছিদ মণ্ডল, বিশিষ্ট কবি আনিছউজ জামান, ড° ভুবনেশ্বৰ ডেকা, কামৰূপী লোকগীতৰ শিল্পী ডম্বৰুধৰ পাঠক, সংগীত পৰিচালক ৰমেন চৌধুৰী, অসম সাংস্কৃতিক মহাসভাৰ সভাপতি পৱিত্ৰ কুমাৰ শর্মা, সমাজকর্মী বাপুকণ আলী আৰু ছৈয়দ হাৰনৰ ৰছিদে চমু বক্তব্য আগবঢ়াই জিকিৰ সংৰক্ষণৰ বাবে গ্রহণ কৰা এই পদক্ষেপৰ শলাগ লয়। অনুষ্ঠানত অসম গৰীয়া পৰিষদৰ সভাপতি আব্দুল হামিদ, কাৰ্যকৰী সভাপতি ময়নুল হক, উপদেষ্টা ওমৰ ফাৰুক, গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি নুৰুল ন হকৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে জিকিৰৰ তাৎপর্য ব্যাখ্যা কৰাৰ লগতে জিকিৰ সংৰক্ষণত কেবিনেট সিদ্ধান্ত গ্ৰহণৰ বাবে অসম চৰকাৰক কৃতজ্ঞতা জনায়। উল্লেখযোগ্য যে জিকিৰ পৰিৱেশনৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলৰ মাজত জিকিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

    উৎসঃ দৈনিক জনমভূমি
    slot thailandslot gacorsabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://stechdigitalsolutions.com/https://webzsparkle.com/SABUNG AYAM ONLINELIVE CASINO ONLINESBOBET88wellbeing-spa.comwellbeing-spa.comwellbeing-spa.comwellbeing-spa.comrnmcenter.comrnmcenter.comshivohamshiv.comshivohamshiv.comal-marwani-qa.comab-skin.comrnmcenter.comrnmcenter.comhttps://romanwatch.vn/th/https://bitrax.app/agro/https://bitrax.app/bravo/https://bitrax.app/tele/https://duidev.com/lang/https://duidev.com/storage/https://duidev.com/vendor/https://duidev.com/resources/https://qatarsquash.comhttps://freshlooksalons.comhttps://eyelinkeducation.idhttps://eyelinkeducation.idhttps://eyelinkeducation.idhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://zakachai1.ruhttps://zaczee.comhttps://planejamentoestrategico.orghttps://powerhouse.qahttps://web1giay.comSlot Server ThailandLive Draw TotoSV388SBOBET88sabung ayam onlinescatter hitamcasino onlinesabung ayam onlinesbobetslot thailandlive casinosv388sbobet88slot thailandcasino onlinesv388agen bolaslot thailandsabung ayam onlinesbobetslot thailandSBOBETSABUNG AYAM ONLINESBOBETSABUNG AYAM ONLINEsv388agen mix parlaylive casino onlinezeus slotsv388judi bola onlineagen live casinoscatter hitamsabung ayam onlinesv388judi bola onlinesabung ayam onlineSabung AyamSBOBET88Live CasinoSlot OnlineIndopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxSV388Mix ParlayCasino OnlineSlot Onlineslot thailand gacorSABUNG AYAM ONLINEJUDI BOLA ONLINEJUDI BOLA ONLINEsv388casino onlinespacemanmix parlaysv388casino onlineslot777mix parlaysv388sabung ayam sv388sbobet88 judi bolacasino baccarat onlineslot777hongkong poolsSV388 AGEN SABUNG AYAM ONLINESBOBET88 AGEN JUDI BOLAAGEN LIVE CASINOSITUS SLOT GACOR MAHJONG WAYS 2SV388 AGEN SABUNG AYAM ONLINESBOBET88taruhan bola onlinesv388slot onlineSlot Kakek ZeusAgen Judi Bola