• ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ পয়ালগা অৱস্থা! ১৩ খন মেডিকেল কলেজ থাকিও গাঁৱত নাই ডাক্তৰ

    আঞ্চলিক
    ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ পয়ালগা অৱস্থা! ১৩ খন মেডিকেল কলেজ থাকিও গাঁৱত নাই ডাক্তৰ
    ডিজিটেল ডেস্কঃ এখনৰ পাছত এখন চিকিৎসা মহাবিদ্যালয় ৰাজ্যত স্থাপন হৈছে যদিও জনসাধাৰণৰ মাজত উপযুক্ত স্বাস্থ্য সেৱা প্ৰদানৰ বাবে চিকিৎসকৰ অভাৱ দূৰ কৰিব পৰা নাই ৰাজ্য চৰকাৰে। জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰা হৈছে যদিও জনসংখ্যা বা চিকিৎসালয় অনুসৰি চিকিৎসকৰ অভাৱ চৰকাৰে দূৰ কৰিব পাৰিব নে নোৱাৰিব সেই প্ৰশ্নৰ অৱতাৰণা হৈছে। 

    কাৰণ ৰাজ্যত ১৩খন চিকিৎসা মহাবিদ্যালয়ৰ কাম-কাজ চলি থকাৰ পাছতো গ্রামাঞ্চলত থকা ২১৮২খন চিকিৎসালয়ৰ বাবে স্বাস্থ্য বিভাগৰ পৰা অনুমোদন হৈ থকা ২২০৬টা চিকিৎসকৰ পদৰ ভিতৰত ৭৪৯ টা (৩৪ শতাংশ) পদ খালী হৈ আছে। গ্রামাঞ্চলৰ চিকিৎসালয়সমূহত খালী হৈ থকা পদৰ সংখ্যাই গ্রাম্য স্বাস্থ্য সেৱা কেনেদৰে চলিছে সেই কথা উদঙাই দিছে। 

    কেৱল চিকিৎসকে নহয়, চিকিৎসালয়সমূহত ৯৭৯৬টা অন্যান্য স্বাস্থ্য সেৱা সহায়কৰ অনুমোদিত পদ আছে যদিও ইয়াৰ ভিতৰত ২৮৪৬টা (২৯ শতাংশ) পদ খালী হৈ আছে। চিকিৎসা সেৱাৰ এনে তথৈৱচ অৱস্থাৰ মাজতো চিকিৎসকহীন চিকিৎসালয়ত শিক্ষা বিভাগৰ গুণোৎসৱৰ লেখীয়াকৈ স্বাস্থ্য উৎসৱো অনুষ্ঠিত কৰিছে ৰাজ্য চৰকাৰে। নগৰ অঞ্চলত সমৰ্থৱান লোকে চৰকাৰী চিকিৎসালয়ৰ বিকল্প হিচাপে নাৰ্ছিং হ'মত চিকিৎসা কৰাব পাৰে কিন্তু গ্রামাঞ্চলত কেৱল চৰকাৰী চিকিৎসালয়ৰ ওপৰতে ৰাইজ নিৰ্ভৰশীল হয়। গ্রামাঞ্চলসমূহত বৃহৎ পৰিমাণৰ পুঁজি ব্যয়েৰে চিকিৎসালয় নির্মাণ বা আধুনিকীকৰণ কৰা হৈছে, কিন্তু নাই চিকিৎসক। স্বাস্থ্য বিভাগৰ মতে ৰাজ্যত অসম চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয়, লখিমপুৰ, নলবাৰী, কোকৰাঝাৰ, নগাঁও, তেজপুৰ, তিনিচুকীয়া, বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়, ডিফু আৰু ধুবুৰী চিকিৎসা মহাবিদ্যালয় মুঠ ১৩খন চিকিৎসা মহাবিদ্যালয়ত কাম-কাজ চলি আছে। আন ১০খন চিকিৎসা মহাবিদ্যালয় বিশ্বনাথ, চৰাইদেউ, তামুলপুৰ, ধেমাজি, বঙাইগাঁও, মৰিগাঁও, গোলাঘাট, শিৱসাগৰ আৰু শ্রীভূমিত নির্মীয়মাণ অৱস্থাত আছে। 

    তদুপৰি চাৰিখন চিকিৎসা মহাবিদ্যালয় হোজাই, দৰং, হাইলাকান্দি আৰু গোৱালপাৰাত স্থাপন কৰাৰ পৰিকল্পনা লৈছে ৰাজ্য চৰকাৰে। ৰাজ্যত তিনিখন চিকিৎসা মহাবিদ্যালয় থকা সময়ত যেনেদৰে গ্ৰামাঞ্চলত চিকিৎসকৰ অভাৱ আছিল আজি ১৩খন চিকিৎসা মহাবিদ্যালয়ত কাম-কাজ চলি থকা সময়তো চিকিৎসকৰ নাটনিত যে মানুহে চৰকাৰী চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছে সেই কথা স্বাস্থ্য বিভাগৰ তথ্যই উদঙাই দিছে। পিছপৰা জিলা বুলি পৰিচিত মাজুলীত গ্রামাঞ্চলৰ চিকিৎসালয়ত ৩৭টা চিকিৎসকৰ অনুমোদিত পদ থাকিলেও ৩১টা পদেই খালী হৈ আছে। অর্থাৎ, জিলাখনত অনুমোদিত ৩৬ পদতেই চিকিৎসক নাই। 

    তেনেদৰে তিনিচুকীয়াত অনুমোদিত ৫০ৰ ভিতৰত ৩২টা, হাইলাকান্দিত ৯৯টাৰ বিপৰীতে ৪২টা, বিশ্বনাথত ৫৮ৰ ভিতৰত ২৮টা, কোকৰাঝাৰত ৮১টাৰ বিপৰীতে ৪২টা, যোৰহাটত ৭৭টাৰ বিপৰীতে ৩৬টা, কামৰূপত ৫১টাৰ ভিতৰত ৩৩টা, শ্রীভূমিত ৫০টাৰ বিপৰীতে ৩২টা চিকিৎসকৰ পদ খালী হৈ আছে। এই তিনিখন জিলাক বাদ দি এই তথ্য কেইখনমান জিলাৰহে যদিও আন জিলাসমূহৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰতো একেই অৱস্থা। কেৱল কামৰূপ মহানগৰ জিলাত এটাও অনুমোদিত পদ খালী হৈ থকা নাই। আনহাতে, বৰপেটাত মাত্র ৪টা আৰু বজালীত মাত্র এটা অনুমোদিত চিকিৎসকৰ পদ খালী হৈ আছে। চিকিৎসকৰ নাটনিৰ ফলত গাঁৱৰ লোকে কেনেদৰে চৰকাৰী চিকিৎসা সেৱা লাভ কৰি আছে সেই কথা স্বাস্থ্য বিভাগৰ তথ্যই উদঙাই দিছে।
    slot thailandslot gacorsabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://stechdigitalsolutions.com/https://webzsparkle.com/SABUNG AYAM ONLINELIVE CASINO ONLINESBOBET88wellbeing-spa.comwellbeing-spa.comwellbeing-spa.comwellbeing-spa.comrnmcenter.comrnmcenter.comshivohamshiv.comshivohamshiv.comal-marwani-qa.comab-skin.comrnmcenter.comrnmcenter.comhttps://romanwatch.vn/th/https://bitrax.app/agro/https://bitrax.app/bravo/https://bitrax.app/tele/https://duidev.com/lang/https://duidev.com/storage/https://duidev.com/vendor/https://duidev.com/resources/https://qatarsquash.comhttps://freshlooksalons.comhttps://eyelinkeducation.idhttps://eyelinkeducation.idhttps://eyelinkeducation.idhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://zakachai1.ruhttps://zaczee.comhttps://planejamentoestrategico.orghttps://powerhouse.qahttps://web1giay.comSlot Server ThailandLive Draw TotoSV388SBOBET88sabung ayam onlinescatter hitamcasino onlinesabung ayam onlinesbobetslot thailandlive casinosv388sbobet88slot thailandcasino onlinesv388agen bolaslot thailandsabung ayam onlinesbobetslot thailandSBOBETSABUNG AYAM ONLINESBOBETSABUNG AYAM ONLINEsv388agen mix parlaylive casino onlinezeus slotsv388judi bola onlineagen live casinoscatter hitamsabung ayam onlinesv388judi bola onlinesabung ayam onlineSabung AyamSBOBET88Live CasinoSlot OnlineIndopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxSV388Mix ParlayCasino OnlineSlot Onlineslot thailand gacorSABUNG AYAM ONLINEJUDI BOLA ONLINEJUDI BOLA ONLINEsv388casino onlinespacemanmix parlaysv388casino onlineslot777mix parlaysv388sabung ayam sv388sbobet88 judi bolacasino baccarat onlineslot777hongkong poolsSV388 AGEN SABUNG AYAM ONLINESBOBET88 AGEN JUDI BOLAAGEN LIVE CASINOSITUS SLOT GACOR MAHJONG WAYS 2SV388 AGEN SABUNG AYAM ONLINESBOBET88taruhan bola onlinesv388slot onlineSlot Kakek ZeusAgen Judi Bola