ডিজিটেল ডেস্কঃ ব’হাগলৈ মাজত মাত্ৰ এটা মাহ৷ বিহু কমিটীসমূহলৈ বিশেষ আহ্বান বিহু সুৰক্ষা সমিতিৰ বিষয়ববীয়াৰ।
বিহু সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সদস্য পবিত্ৰ কুমাৰ শৰ্মা আৰু সম্পাদক প্ৰধান ৰেৱ বৰাই সংবাদ মাধ্যমৰ জৰিয়তে জনাইছে এই আহ্বান।
ৰঙালী বিহুৰ 'SOP'
১)মুকলি বিহু আৰু হুচৰি একত্ৰিত কৰিব নোৱাৰিব
২)হুঁচৰিত যুৱতীয়ে থাকিব নোৱাৰিব
৩)প্ৰতিযোগীতাত বিচাৰকক হেঁচা প্ৰদান কৰিব নোৱাৰিব
৪)বিচাৰকক স্বাধীনতা দিব লাগিব
৫)বিহু সন্মিলনত লোক শিল্পীক আগ্ৰাধীকৰ দিব লাগিব
৬)মনোৰঞ্জনৰ নামত লোক সংস্কৃতিক পাহৰিব নালাগে
৭)বিহু সম্ৰাট, বিহু ৰানী, বিহু কোৱৰীৰ দৰে উপাধী বৰ্জন কৰিব লাগিব
৮)বিয়া নোহোৱা যুৱতীয়ে প্ৰতিযোগীতাত ভাগ লৈ বিহু ৰানী হ'ব নোৱাৰিব
৯)বিচাৰক গধুৰ দায়িত্ব থাকে,গতিকে উচিত মাননী দিব লাগিব বিহু কমিটিয়ে
১০)১২বজাৰ আগত বিহু শেষ কৰিব লাগিব
১১)জাতীয় সাজপাৰ পৰিধান কৰাটো বাধ্যতামূলক
১২)পাইজামা-পাঞ্জাবী জাতীয় সাজপাৰ নহয়, বহুতে এই সাজ পৰিধান কৰে
১৩)জেঠ মাহ পৰ্যন্ত বিহুৰ অনুষ্ঠান চলিব নালাগে
Leave A Comment