• এগৰাকী বোৱাৰী নিৰুদ্দেশ হোৱাক লৈ শতাধিক মহিলাই ঘেৰাও কৰিলে ডিমৌ আৰক্ষী থানা

    আঞ্চলিক
    এগৰাকী বোৱাৰী নিৰুদ্দেশ হোৱাক লৈ শতাধিক মহিলাই ঘেৰাও কৰিলে ডিমৌ আৰক্ষী থানা
    ডিজিটেল ডেস্কঃ ডিমৌ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। শতাধিক মহিলাই ঘেৰাও কৰিলে ডিমৌ আৰক্ষী থানা। এগৰাকী নিৰুদ্দেশ বোৱাৰীক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে ডিমৌ। 

    ডিমৌ ভেকেলাই বসন্ত দিহিঙীয়াৰ পত্নী বীণা কোঁৱৰ চাৰিদিন ধৰি নিৰুদ্দেশ হৈ আছে। ৰাইজৰ অভিযোগ দীৰ্ঘদিন ধৰি স্বামী বসন্ত ওৰফে মুন দিহিঙীয়াই শাৰীৰিকভাৱে অত্যাচাৰ চলাই আহিছিল নিজ পত্নীক। 

    নিৰুদ্দেশ হোৱাৰ দিনাও স্বামীয়ে অত্যাধিক অত্যাচাৰ কৰিছিল পত্নী বীণাক। ৰাইজৰ অভিযোগ পত্নীক হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখিছে স্বামীয়ে। 

    থানাত এজাহাৰ দিয়াৰ পাছতো আৰক্ষীয়ে তদন্ত লেহেমীয়া কৰা অভিযোগত আজি ডিমৌ আৰক্ষী থানা ঘেৰাও কৰে মহিলাসকলে।

    বাতৰি সংগ্ৰহ- প্ৰশান্ত গগৈ, ডিমৌ




    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacorstrategi viral marketing lucky neko odadinggenerasi gadget mahjong ways2 scatter hitamcara menang besar mahjong ways2 gowes strategikemenangan viral strategi menang mahjong ways2terungkap efek fomo genz scatter hitam mahjong ways2