• সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰক লৈ তীব্ৰ প্ৰতিবাদ সাংবাদিকসকলৰ

    আঞ্চলিক
    সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰক লৈ তীব্ৰ প্ৰতিবাদ সাংবাদিকসকলৰ
    ডিজিটেল ডেস্কঃ সৰ্ববৃহৎ গণতন্ত্ৰত সংবাদ স্বাধীনতা পৰিছে সংকটত৷ সংবাদ মাধ্যমৰ স্বাধীনতালৈ আহিছে ভাবুকি৷  অসমত গণতান্ত্ৰিক পৰিবেশ দুৰ্বল কৰি তোলাৰ অভিযোগ৷ সাংবাদিক গ্ৰেপ্তাৰৰ বিৰুদ্ধে জাগৰণ৷

    মহানগৰীত সংবাদ স্বাধীনতা ৰক্ষাৰ্থে ৰাজপথলৈ সাংবাদিক৷সংবাদ স্বাধীনতাত হস্তক্ষেপৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ৷

    অসমত সংবাদ স্বাধীনতাৰ ওপৰত গুৰুতৰ প্ৰশ্নচিহ্ন! সাংবাদিকে প্ৰশ্ন কৰা আৰু সত্যৰ অনুসন্ধান কৰা অসমত গুৰুতৰ অপৰাধ হ'ল কেতিয়াৰে পৰা? 

    সাংবাদিক আৰু সংবাদ স্বাধীনতা খৰ্ব কৰাৰ অভিযোগ ৰাজ্যত পুৰণি। পিছে এইবাৰ ভুৱা গোচৰত অসমত গ্ৰেপ্তাৰ হ'ল সাংবাদিক।‌

    এপেক্স বেংকৰ দুৰ্নীতিৰ অনুসন্ধান কৰাই সাংবাদিকৰ বাবে হ'ল কাল। ভুৱা গোচৰ ৰুজু কৰি এটা ৱেব পৰ্টেলৰ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ। এপেক্স বেংকৰ দুৰ্নীতিৰ বিষয়ে অনুসন্ধান কৰিবলৈ তথ্য সংগ্ৰহৰ সময়ত প্ৰশ্ন কৰা এজন সাংবাদিকৰ বাবে শেষত সেই প্ৰশ্নবোৰেই কাল হ’ল। 

    গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক তথা জেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক ভুৱা গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰে পাণবজাৰ আৰক্ষীয়ে। এই ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে মহানগৰীত সংবাদ স্বাধীনতা ৰক্ষাৰ্থে ৰাজপথলৈ ওলাল সাংবাদিক। গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদত বহিল সাংবাদিক।

    ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি প্ৰতিবাদ, ঠায়ে ঠায়ে সংবাদমেল। সাংবাদিক গৰাকীক বিনা চৰ্তে মুকলিৰ দাবী সকলোৰে। এই ঘটনাক চৰকাৰৰ অপশাসন বুলিও মন্তব্য বহুজনৰ। 

    আচলতে ৰাজ্যত সংঘটিত এনে অবাঞ্চিত ঘটনাই ৰাজ্যখনত সংবাদ স্বাধীনতাৰ ওপৰত গুৰুতৰ প্ৰশ্নচিহ্ন উত্থাপন কৰিছে। সত্য উন্মোচনৰ বাবে আগবঢ়া সাংবাদিকসকলক যদি এই ধৰণে দমন কৰা হয়, তেন্তে কঁপি উঠিব গণতন্ত্ৰৰ ভেটি৷ এই শংকাৰেই সংবাদ স্বাধীনতা ৰক্ষাৰ্থে আজি সাংবাদিকসকলে গুৱাহাটীত সাব্যস্ত কৰিলে ব্যাপক প্ৰতিবাদ৷
    sabung ayam onlinelive baccaratsipardikemenaglebongperpus smpn14 depoktppkk bitunggs hospitalsarwadharma hospital gwllms smkn1 campakatamansari mahoganypeasant farmerscbt sman1 jalaksanakatering makananppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/https://hydrateivbar.com/https://hotelmiradordelsella.com/https://www.adamcopharm.com/https://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimSV388MIX PARLAY SBOBETLIVE CASINO ONLINESCATTER HITAMSlot Online Qrisslot danasbobetcasino onlinesv388judi bola onlinesitus slot danaslot mahjong waysslot thailandlive casino onlinehttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://pdamagam.co.id/https://akm.sdntambung2.sch.id/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/mahjong ways 2live casino onlinelive casino onlinelive casino onlinelive casino onlinesabung ayam onlineagen bola onlineslot zeusindoagen188 indoagen188indoagen188indoagen188https://yapswebsite.onlinehttps://yapswebsite.onlinehttps://yapswebsite.onlinehttps://yapswebsite.onlinesombar-air.sitesombar-air.sitesombar-air.sitesombar-air.sitesombar-air.sitelive casino onlinesabung ayam onlineagen bola onlinetangkasnetSLOT ZEUSSABUNG AYAM ONLINEINDOBOLA77INDOBOLA77MAHJONG WINS 3SV388INDOBOLA77BACCARAT ONLINELIVE CASINO ONLINEINDOMASTER88INDOMASTER88INDOMASTER88INDOMASTER88Live Casino OnlineSabung Ayam OnlineAgen Judi BolaSlot88agrimatco.uavip-volyn.org.ualive casino onlineCASINO ONLINEMAHJONG WAYSSABA SPORTSV388CASINO ONLINENOLIMIT CITYSBOBET88SV388https://metroposnews.com/wp-content/vendor/Live Casino Onlinesbobet88mega wheelagen casino onlinesabung ayam onlineagen bolasabung ayam onlinesabung ayam onlinesabung ayam online slot zeusslot gacorlive casino onlineagen bola onlineslot gacorsabung ayam onlinesabung ayam onlinelive casino onlinesitus judi bolascatter hitamBANDAR303BANDAR303BANDAR303BANDAR303stjohns.edu.lkstjohns.edu.lkstjohns.edu.lkstjohns.edu.lkstjohns.edu.lkprolift.co.idprolift.co.idprolift.co.idprolift.co.idlive casino onlinetangkasnetSLOT THAILANDINDOBOLA77SABUNG AYAM ONLINEINDOBOLA77INDOBOLA77SLOT DANASV388SV388INDOMASTER88INDOMASTER88INDOMASTER88INDOMASTER88INDOMASTER88soymamicoco.orgomicbangkok.comagen bola onlinebandar sabung ayamSV388CASINO ONLINESBOBET88SLOT ZEUSSV388SBOBET88AGEN LIVE CASINO ONLINESV388 AGEN JUDI SABUNG AYAM ONLINESBOBET INDONESIA