• মঙলদৈ অসামৰিক চিকিৎসালয়ত প্ৰৱঞ্চকৰ জাল! ৰোগীৰ আত্মীয়ৰ পৰা সৰকালে ১০ হাজাৰ টকা আৰু মোবাইল

    আঞ্চলিক
    মঙলদৈ অসামৰিক চিকিৎসালয়ত প্ৰৱঞ্চকৰ জাল! ৰোগীৰ আত্মীয়ৰ পৰা সৰকালে ১০ হাজাৰ টকা আৰু মোবাইল
    ডিজিটেল ডেস্ক: ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে প্ৰৱঞ্চকৰ সংখ্যা। ক্ৰমাৎ যেন প্ৰৱঞ্চকেৰে ভৰি পৰিছে ৰাজ্য। একেদৰে এইবাৰ মঙলদৈতো সংঘটিত হৈছে অনুৰূপ ঘটনা। মঙলদৈতো প্ৰৱঞ্চকে চল-চাতুৰিৰে সৰকালে ৰোগীৰ আত্মীয়ৰ পৰা ১০ হাজাৰকৈ টকা আৰু ম'বাইল।

    ঘটনা অনুসৰি মঙলদৈৰ কমাৰপাৰাৰ যাদৱ ডেকা নামৰ ৰোগীৰ ৰখীয়া ব্যক্তি এজনে ফাৰ্মাচীত ঔষধ আৰু পানী ল'বলৈ যাওঁতে অচিনাকি লোক এজনে চিকিৎসাৰ সকলো সুবিধা বিনামূলীয়া কৰি দিম বুলি মাতি নিয়ে মঙলদৈ চহৰৰ মাজলৈ। পাছত যাদৱ ডেকাক ফটো তোলাৰ চলেৰে প্ৰথমে ম'বাইল আৰু লগত থকা ১০ হাজাৰ টকা আৰু চাধাৰ টেমাটো হাত কৰি লয়। তাৰ পাছতেই সেই অচিনাকি লোকজনে যাদৱ ডেকাক ম'বাইলটো দি সেই ঠাইৰ পৰা অন্তৰ্ধান হয়। 

    যাদৱ ডেকাই বহু সময় সেই ঠাইত মানুহজনক অপেক্ষা কৰি থাকি পিছত উপায়হীন হৈ পৰিয়ালৰ এজনক সকলো কথা অৱগত কৰে আৰু ব্যক্তিজন যে মহা প্ৰৱঞ্চক আছিল পিছতহে পোহৰলৈ আহে। অৱশেষত যাদৱ ডেকাই মঙলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰি প্ৰৱঞ্চকৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় আৰক্ষীক।

    উল্লেখযোগ্য যে যাদৱ ডেকা আৰু অচিনাকি লোকজন চহৰৰ মাজমজিয়াত থকা এখন ব্যাৱসায়িক প্ৰতিষ্ঠানৰ ওচৰতে অহা-যোৱা কৰি আছিল আৰু বৰ্তমান সেই ব্যৱসায়িক প্ৰতিষ্ঠানখনত থকা চি চি টিভিৰ পৰা প্ৰৱঞ্চকজনক চিনাক্ত কৰিছে যাদৱ ডেকাই। ইয়াৰ পূৰ্বেও মঙলদৈ চহৰত বহুকেইগৰাকী ব্যক্তিৰ পৰা প্ৰৱঞ্চকে চল-চাতুৰিৰে ধন নিয়াৰ অভিযোগ উত্থাপিত হৈছিল আৰু বৰ্তমান এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ পৰিব।

    উৎস- দৈনিক জনমভূমি
    sabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwllms smkn1 campakatamansari mahoganypeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/https://hydrateivbar.com/https://hotelmiradordelsella.com/https://www.adamcopharm.com/https://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://pdamagam.co.id/https://akm.sdntambung2.sch.id/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/sabung ayamsbobet88casino onlinesabung ayamsbobet88live casinoslot onlineindopromaxINDOMASTER88INDOMASTER88INDOMASTER88INDOMASTER88INDOMASTER88agen casino onlineagen sabung ayambandar bola onlineagen togel onlineSBOBETSV388SBOBET88 Link Alternatif Agen SBOBET Judi Mix ParlaySV388 Situs Judi Agen Sabung Ayam OnlineSitus Agen Live Casino Judi Baccarat Onlinelive casino onlinelive casino onlinelive casino onlinesbobet88indobos88sv388indobos88judi bola onlinemahjong wayshttps://www.stieyapismerauke.ac.id/https://yayasanpendidikanassalam.sch.id/smp/vendor/https://www.undp.or.id/dunia-bola/https://www.undp.or.id/masa-depan/live casino onlineagen bola onlinelive casino onlinesabung ayam onlineagen bolaslot thailandslot onlinesabung ayam onlineagen bolalive casino onlineSABUNG AYAM ONLINEMAHJONG WAYS 2SABUNG AYAM ONLINESBOBETLIVE CASINO ONLINEINDOBOLA77SV388MAHJONG WAYS 2INDOBOLA77INDOBOLA77SV388LIVE CASINO ONLINEZEUS SLOTagen togel onlinebandar togel onlineBANDAR303BANDAR303BANDAR303BANDAR303BANDAR303optiflexcalculators.comoptiflexcalculators.comwww.rushabh2w.comwww.rushabh2w.comlatomus.be3gscard.comINDOMASTER88INDOMASTER88INDOMASTER88INDOMASTER88INDOMASTER88SBOBET88 Link Alternatif Agen SBOBET Judi Mix ParlaySV388 Situs Judi Agen Sabung Ayam OnlineSitus Agen Live Casino Judi Baccarat Onlinecasino onlinemix parlaysabung ayam onlineslot demo kakek zeus