ডিজিটেল ডেস্কঃ মৰিগাঁৱত ঘটিছে এক অঘটন৷ মৰিগাঁৱৰ চৰাইবাহীৰ বৰভগীয়াত চিপ লৈ ছাত্ৰীৰ আত্মহত্যা ৷
ছাত্ৰী গৰাকীৰ নাম ৰিম্পী দেৱী৷
চৰাইবাহী আঞ্চলিক মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী আছিল ৰিম্পী৷
প্ৰেমজনিত কাৰণত আত্মহত্যা ছাত্ৰীগৰাকীৰ। ৰিম্পীয়ে লিখি থৈ গৈছে ছুইচাইড নোট৷
ছুইচাইড নোটত বহু আপত্তিজনক কথা লিখি থৈ গৈছে ছাত্ৰীগৰাকীয়ে৷
ঘটনাৰ সন্দৰ্ভত মৰিগাঁও আৰক্ষী তদন্ত আৰম্ভ৷
ঘটনাটোৰ উচিত তদন্ত বিচাৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসীয়ে।
Leave A Comment