• ভাৰত টেক্স ২০২৫ত অসমৰ হস্ততাঁত বস্ত্ৰ সম্ভাৰৰ উচ্ছ প্ৰশংসা ; সংযুক্তা দত্তৰ জোনাক-জোনবাইৰ পোহৰ

    আঞ্চলিক
    ভাৰত টেক্স ২০২৫ত অসমৰ হস্ততাঁত বস্ত্ৰ সম্ভাৰৰ উচ্ছ প্ৰশংসা ; সংযুক্তা দত্তৰ জোনাক-জোনবাইৰ পোহৰ
    ডিজিটেল ডেস্কঃ 'আৰ্থলুম – থ্ৰেডছ অৱ হেৰিটেজ'ত অসমীয়া হস্ততাঁতৰ বস্ত্ৰ সম্ভাৰৰ এক আভিজাত উদযাপন। পুনম ধীলন, আইমী বৰুৱাৰ উপস্থিতিত উজলিল সংযুক্তা দত্তৰ ফেশ্বন। 

    আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসম কন্যা ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ হস্ততাঁত শালৰ বস্ত্ৰৰ ডিজাইনে এইবাৰ দিল্লীত মুগ্ধ কৰিলে অজস্ৰজনক ৷ মুগ্ধ কৰিলে বস্ত্ৰ উদ্যোগৰ সৈতে জড়িত সকলক। নতুন দিল্লীত অনুষ্ঠিত 'ভাৰত টেক্স ২০২৫'ত তেওঁৰ নতুন ডিজাইনৰ শেহতীয়া বস্ত্ৰ সম্ভাৰৰ সংকলন 'জোনাক – দ্য লাইট অৱ মুন' শীৰ্ষক প্ৰদৰ্শনেৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তুলিবলৈ সক্ষম হৈছে ।

    তিনিবাৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী পাব্লিছাৰ, নিৰ্মাতা, ৰাজ‍্যৰ এগৰাকী সুঅভিনেত্ৰী, পৰিচালক আইমী বৰুৱাই সংযুক্তাৰ ডিজাইন পৰিধান কৰি ৰেম্পত খোজ দি এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। আইমী বৰুৱাৰ উপস্থিতিয়ে বস্ত্ৰ সংকলন 'জোনাক’ৰ প্ৰদৰ্শনীত সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে এই হস্ততাঁত উপজাত বস্ত্ৰ সম্ভাৰৰ জেউতি দুগুণে বৃদ্ধি কৰে।

    ভাৰতৰ বহনক্ষম ঐতিহ্য বয়নক উদযাপন কৰা এক বৃহৎ ফেশ্বন শ্ব’ “আৰ্থলুম – থ্ৰেডছ অৱ হেৰিটেজ”ৰ অংশ হিচাপে উপস্থাপন কৰা এই সংকলনে অসমীয়া হস্ততাঁত শিল্পকলাৰ কালজয়ী আভিজাত্যক দেশবাসীৰ ওচৰত উজ্জ্বল কৰি দাঙি ধৰিলে।

    আলেখ ফাউণ্ডেচনে চিআইটিআই (ভাৰতীয় বস্ত্ৰ উদ্যোগ কনফেডাৰেচন)ৰ সহযোগত নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজন কৰা 'আৰ্থলুম – থ্ৰেডছ অৱ হেৰিটেজ' হ’ল বহনক্ষম আৰু পৰম্পৰাগত ভাৰতীয় বস্ত্ৰশিল্পৰ প্ৰচাৰৰ বাবে এক উপযুক্ত মঞ্চ । ইয়াতেই সোমবাৰে সংযুক্তা দত্তই নিজৰ সৃজনীশীলতাৰে প্ৰদৰ্শন কৰিলে 'জোনাক' নামেৰে নামকৰণ কৰা নিজৰ নতুন ডিজাইনৰ বস্ত্ৰ সম্ভাৰৰ ক’লা আৰু ৰঙা ৰঙৰ আকৰ্ষণীয় পেলেটেৰে অসমীয়া হস্ততাঁতৰ শিপিনীৰ হাতৰ যাদু।  এক  আবেগ, প্ৰত্যয়ৰ প্ৰতীক ৰূপে অসমীয়া তাঁতশালৰ উৎপাদিত পাট কাপোৰক অনন্য ৰূপত প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় সংযুক্তা দত্তই ৷

    অসমীয়া বস্ত্ৰৰ আধুনিক ৰূপত দেশৰ ফেশ্বন জগতত আকৌ এবাৰ উজ্জীৱিত কৰি তুলিলে সংযুক্তা দত্তই ৷সুসজ্জিত মডেলৰ দেহত ছন্দিত খোজৰ তালে তালে প্ৰদৰ্শনীৰ ৰাণৱেত সজীৱ হৈ উঠিল 'জোনাক’ৰ বস্ত্ৰ সম্ভাৰ। ৰাণৱেত প্ৰদৰ্শিত বস্ত্ৰসম্ভাৰত গভীৰ ক’লা আৰু জুইফুল সদৃশ ৰঙা ৰঙবোৰে জোনবাইৰ স্নিগ্ধতাকহে যে দিল্লীৰ বিশাল দৰবাৰত প্ৰতিফলিত কৰিছিল ৷ 

    বলীউডৰ অভিনেত্ৰী পুনম ধিলনে সংযুক্তা দত্তৰ শ্ব’ষ্টপাৰ হিচাপে ৰাণৱেত শোভা বঢ়াই প্ৰদৰ্শনীৰ গৰিমা বৃদ্ধি কৰি ডিজাইনসমূহক নতুন মাত্ৰা প্ৰদান কৰে । 

    'জোনাক'ৰ বস্ত্ৰ ডিজাইন মূৰ্ত হৈ উঠিছিল পুনম ধীলনৰ দেহত। ডিজাইনাৰৰ সৃষ্টিশীল দৃষ্টিভংগীক ত্ৰুটিহীনভাৱে মূৰ্ত কৰি তুলিছিল অভিনেত্ৰী গৰাকীৰ উপস্থিতিয়ে ৷ এক কথাত পুনমৰ উপস্থিতিয়ে প্ৰদৰ্শিত বস্ত্ৰ সম্ভাৰৰ এক ধ্ৰুপদী গৰিমা সূষ্টিৰে দৰ্শকক আপ্লুত কৰি তুলিছিল।

    এই নতুন বস্ত্ৰ সম্ভাৰৰ ডিজাইনৰ প্ৰেৰণাৰ বিষয়ে অসমী আইৰ সুযোগ্যা কন্যা সংযুক্তা দত্তই ব্যক্ত কৰে এইদৰে “জোনাক— জোনবাইৰ সুকোমল অথচ শক্তিশালী উজ্জ্বলতাৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি। এই বস্ত্ৰ সম্ভাৰৰ জৰিয়তে অসমীয়া পিট কাপোৰৰ সমৃদ্ধি আধুনিক, সাহসী অভিব্যক্তিৰ সৈতে একত্ৰিত কৰাৰ লক্ষ্যৰে আগবাঢ়িছিলো। ক’লা আৰু ৰঙা ৰং ৰহস্য আৰু আত্মবিশ্বাস দুয়োটাৰে প্ৰতীক, প্ৰতিটো বস্ত্ৰ টুকুৰাকে কালজয়ী আড়ম্বৰৰ বক্তব্য তুলি ধৰিবলৈ চেষ্টা কৰিছো।”

    নতুন দিল্লীত অনুষ্ঠিত এই ভাৰত টেক্স ২০২৫-এ “আৰ্থলুম – থ্ৰেডছ অৱ হেৰিটেজ”ৰ বাবে এখন নিখুঁত মঞ্চ প্ৰদান কৰে, য’ত দেশৰ আগশাৰীৰ ডিজাইনাৰ আৰু বস্ত্ৰ শিপিনীসকলে ভাৰতৰ বহনক্ষম হস্ততাঁত পৰম্পৰাক উদযাপন কৰিবলৈ একত্ৰিত হৈছিল। এই অনুষ্ঠানে দেশৰ বস্ত্ৰশিল্পৰ ফেশ্বনত উদ্ভাৱনী শক্তিক লাভান্বিত কৰাৰ লগতে থলুৱা বয়ন শিল্পৰ সংৰক্ষণ আৰু প্ৰচাৰৰ গুৰুত্ব আৰু অধিক শক্তিশালী কৰাৰ পোষকতা কৰে । উল্লেখ্য যে অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত আছিল কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু কেন্দ্ৰীয় ৰাজ্যিক বস্ত্ৰ মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা। 

    ইয়াত সংযুক্তা দত্তৰ  'জোনাক'-এ ফেশ্বন উদ্যোগী সকল, ফেশ্বনৰ সৈতে জড়িত লোক সকলৰ লগতে বহনক্ষম বস্ত্ৰ শিল্পৰ সৈতে জড়িত সকলৰ উচ্ছ প্ৰশংসা লাভ কৰে ৷ ভাৰতীয় হস্ততাঁত শিল্পৰ অগ্ৰণী ডিজাইনাৰ হিচাবে নিজৰ উপস্থিতি পুনৰ এবাৰ প্ৰতিপন্ন কৰিবলৈ সক্ষম হ’ল সংযুক্তা দত্ত ৷
    slot thailandslot gacorsabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://stechdigitalsolutions.com/https://webzsparkle.com/SBOBET88indopromaxindopromaxindopromaxindopromaxindopromaxLIVE CASINO ONLINESABUNG AYAM ONLINESLOT777AGEN BOLASV388Live Casino Onlinehttps://sfpti.com/ws/https://clearviewwindowcleaningtx.com/live casino onlinesabung ayamsbobetscatter hitamlive casino onlinesabung ayam onlinejudi bolaSBOBETSABUNG AYAM ONLINESBOBETSABUNG AYAM ONLINESBOBETSLOT ONLINEJUDI BOLA ONLINESV388LIVE CASINO ONLINESBOBETSABUNG AYAM ONLINESLOT THAILANDLIVE CASINO ONLINEsv388sbobet88casino onlinescatter hitamsv388mix parlay sbobetlive casino onlinezeus slotindopromaxindopromaxindopromaxindopromaxSITUS LIVE CASINOSITUS SABUNG AYAMSITUS SLOT THAILANDSITUS JUDI BOLAhooplaboratory.comwww.quantum.uawww.intens.czcasino onlinemahjong wayssbobetsv388taruhan bola onlinesv388slot onlinesabung ayam onlinejudi bola sbobetcasino onlinesv388sbobet88https://putrimas.com/user/kasir/https://putrimas.com/user/fungsi_admin/https://putrimas.com/user/ccg/https://putrimas.com/user/ssd/https://www.smkn1sorong.sch.id/login/icon/https://www.smkn1sorong.sch.id/assets/absen/https://www.smkn1sorong.sch.id/css/bost/https://www.smkn1sorong.sch.id/tracer/absen/https://www.smkn1sorong.sch.id/js/script/sbobet88sabung ayam onlinelive casino onlinesabung ayam onlineagen bolaslot gacorwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.technotronixs.comwww.technotronixs.comwww.technotronixs.comwww.technotronixs.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.comSV388SLOT ZEUSSBOBET88CASINO ONLINESV388SBOBET88CASINO ONLINE/a>SLOT THAILANDcasino onlinesabung ayam onlinejudi bola online/a>mahjong waysSV388SCATTER HITAMSBOBET88CASINO ONLINESBOBET88LIVE CASINO ONLINEBANDAR303 TOGELSBOBET88https://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://web1giay.comhttps://powerhouse.qahttps://deskzai.zainikthemes.comhttps://ramasari.desa.idhttps://ramasari.desa.idhttps://ramasari.desa.idagen judi bolaLive Casino Onlinesabung ayam onlineSlot Mahjong WaysJUDI BOLA ONLINESABUNG AYAM ONLINESBOBET88SLOT88SABUNG AYAM ONLINEmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netaugrammepres-dijon.frwww.epona-patrimoine.frbourgognemobility.comcsnuiton.frsabung ayam sv388sbobet88 mix parlayagen resmi casino onlineslot777 mahjong waysbandar toto online resmisv388sbobet88demo slot gacorsabung ayam onlinesabung ayam onlineagen casinoindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxSabung AyamSabung AyamSBOBETLive CasinoSV388Mix ParlayAgen Casinobemko.plschelinger.euSABUNG AYAM ONLINEKAKEK ZEUS GACORJUDI BOLA ONLINESABUNG AYAM ONLINEJUDI BOLA ONLINEMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMahjong WaysLive Casino Onlinecasino onlineslot zeusjudi bolasv388https://demo-hris.prodak.id/css/https://demo-hris.prodak.id/arsip/https://demo-hris.prodak.id/lib/https://demo-hris.prodak.id/core/https://pipdbk.logiaedu.com/css/https://pipdbk.logiaedu.com/file/https://pipdbk.logiaedu.com/lib/https://pipdbk.logiaedu.com/arsip/SBOBET88 kw : sbobet88Live CasinoSlot Mahjong Ways Server ThailandSBOBET88Live CasinoSV388Situs Mahjong Wayscasino onlinesv388sv388sv388sv388