• মনত আক্ষেপ লৈয়েই গুচি গ’ল ড° প্ৰফুল্ল মহন্ত; দিছপুৰত হেৰাল পেঞ্চনৰ ফাইল

    আঞ্চলিক
    মনত আক্ষেপ লৈয়েই গুচি গ’ল ড° প্ৰফুল্ল মহন্ত; দিছপুৰত হেৰাল পেঞ্চনৰ ফাইল

    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">ডিজিটেল ডেস্ক: আজীৱন চিন্তাৰ অনুশীলন কৰি নীৰৱে জীৱন নাটৰ অৱসান
    ঘটালে সাৰস্বত ড
    ° mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">প্ৰফুল্ল মহন্তই৷
    তেওঁৰ অতি মৰমৰ অসমখন
    , mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">অসমীয়া ভাষাটো আৰু
    অসমীয়া সমাজখন চিৰদিনৰ বাবে এৰি তেওঁ গ
    mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">লগৈ অজান দেশলৈ৷ অসমৰ জাতীয় জীৱনৰ সমস্যাসমূহক
    লৈ উদ্বিগ্ন আছিল ড
    ° mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">প্ৰফুল্ল মহন্ত৷

    অসম
    গণ পৰিষদ চৰকাৰ বিশেষকৈ বৃন্দাবন গোস্বামীৰ তৎপৰতাৰ ফচল অসমীয়া ভাষা আৰু সংস্কৃতিৰ
    একমাত্ৰ চৰকাৰী গৱেষণা প্ৰতিষ্ঠান আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাৰ সঞ্চালক
    পদত সুদীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰি কেইবালানিও গৱেষণা কাৰ্য সম্পাদনা কৰি অসমৰ জাতীয়
    জীৱনক এক মান্যতা প্ৰদান কৰি থৈছে তেওঁ৷ পিছে
    , ° প্ৰফুল্ল মহন্তৰ দৰে পণ্ডিতৰ বিষয়ে কমসংখ্যক অসমীয়াহে
    জ্ঞাত৷ চৰকাৰৰ ঘৰতো তেওঁলোকক এলাগী কৰি ৰখা হয়। ইমানেই এলাগী কৰি ৰখা হয় যে প্ৰফুল্ল
    মহন্তৰ দৰে পণ্ডিতপ্ৰৱৰে ১৭ বছৰে পেঞ্চনবঞ্চিত হয় শেষনিশ্বাস ত্যাগ কৰিবলগীয়া হয়৷



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">উল্লেখ্য যে
    , mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">অসমীয়া সমাজ জীৱনৰ অন্যতম দিক্দৰ্শক ড
    ° mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">মহন্ত জটিল ৰোগত আক্ৰান্ত
    হৈ চিকিৎসাধীন হৈ আছিল গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানত৷ কিন্তু
    , mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">শেষৰফালে ধনৰ অভাৱৰ
    বাবে তেওঁৰ চিকিৎসাত ব্যাঘাত জন্মাৰ উপক্ৰম হৈছিল৷ চাকৰি জীৱনত আৰ্জিত প্ৰাপ্য ধনখিনি
    নোপোৱাৰ বাবে তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত দেখা দিছিল অৰ্থ সংকটে৷ যাৰ বাবে বিশিষ্ট লেখকগৰাকীৰ
    পত্নীয়ে ছ
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">চিয়েল মিডিয়াত লিখিছিল
    আক্ষেপভৰা পোষ্ট৷

    ১৯৯৪ চনত মৰিয়নি কলেজৰ অধ্যাপকৰ চাকৰি এৰি আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি-সংস্থা, অসমত ছিনিয়ৰ ৰিচাৰ্চ
    ফেল
    হিচাপে যোগদান কৰি
    ১৯৯৮ চনত সেই সংস্থাটোৰে সঞ্চালক হিচাপে দায়িত্ব লৈছিল। ২০০৫ৰ ৩১ ডিচেম্বৰত তেওঁ অৱসৰ
    গ্ৰহণ কৰে। চাকৰি জীৱনত মহন্তই পাবলগীয়া ধন সম্পূৰ্ণৰূপে নাপালে। অৱসৰৰ সময়তো পালে
    মাথোঁ বৃহৎ
    শূন্য। অৱসৰৰ পাছত চাৰিবাৰ
    চৰকাৰ সলনি হ
    ল৷ কিন্তু, মহন্তৰ দৰে এগৰাকী
    চিন্তাশীল লেখকে তেওঁৰ প্ৰাপ্য ধন নাপালে। আনকি
    , অৱসৰৰ পাছত তেওঁৰ হাতত জমাধন বুলিবলৈ ফুটাকড়িও
    নৰ
    ল৷ উপায়হীন হৈ আইনৰ
    আশ্ৰয় ল
    লে তেওঁ।

    ৭ বছৰৰ পাছত
    গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ পক্ষত ৰায় দিলে৷ দুমাহৰ ভিতৰত অধ্যাপকৰ স্কেলত বেতন
    নিৰ্ধাৰিত কৰি সমুদায় ধন আদায় দিবলৈ চৰকাৰক নিৰ্দেশ দিয়া এই ৰায়লৈ তেওঁ আকৌ চৰকাৰী
    কাৰ্যালয়লৈ দৌৰিল। উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিবক সকলো নথি-পত্ৰ দিয়াৰ লগতে উচ্চ
    শিক্ষাৰ সঞ্চালকলৈও সেইবোৰ প্ৰেৰণ কৰিলে৷ তেওঁৰ বায়
    ডাটা সংগ্ৰহ কৰা হল৷ উচ্চ শিক্ষা সঞ্চালকে
    বিচৰা তথ্য পাতি দিলে কিন্তু ফলপ্ৰসূ নহ
    ল৷ চৰকাৰৰ ঘৰৰ পৰা কেইবালাখ টকাও পাবলগীয়া প্ৰফুল্ল
    মহন্তৰ ফাইল ১৭ বছৰে টেবুলৰ পাছত টেবুল বাগৰি থাকিল
    , কিন্তু চৰকাৰৰ ঘৰৰ পৰা মৃত্যুপৰ্যন্ত মহন্তই এপইচাও
    নাপালে। অসম চৰকাৰে দিছপুৰৰ পেঞ্চনৰ সকলো কাম-কাজ সুচল কৰি তোলা বুলি দাবী কৰাৰ সময়তে
    প্ৰফুল্ল মহন্তৰ পেঞ্চনৰ ফাইল হেৰোৱা ঘটনাই চৰকাৰৰ ব্যৰ্থতাকে উদঙাই দিছে৷



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">অসমীয়া মধ্যবিত্ত সমাজৰ বিজ্ঞানসন্মত আলোচনা আৰু শ্ৰেষ্ঠ সমাজবিজ্ঞানী
    শংকৰদেৱকে ধৰি জনজাতীয় সমাজৰো সমস্যা-সংঘাত-প্ৰগতিৰ দিশবোৰক নতুন দৃষ্টি আৰু জাতীয়
    চেতনাৰে আলোচনা আগবঢ়াই অসমীয়া সাহিত্যক নৱগতি প্ৰদান কৰা ড
    ° mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">মহন্তৰ স্বকীয় ধাৰা
    জাতিৰ বাবে তথা অসমীয়া সাহিত্যৰ বাবে গুৰুত্বপূৰ্ণ সম্পদ আৰু সমল হৈ ৰ
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ব৷



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">অসমীয়া সমাজ
    , mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">গৱেষণা সাহিত্যৰ এগৰাকী নিষ্ঠাৱান গৱেষক ড
    ° mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">প্ৰফুল্ল মহন্তৰ
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">অসমীয়া মধ্যবিত্ত
    শ্ৰেণীৰ ইতিহাস
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ক অসমীয়া ভাষাত অসমৰ
    ইতিহাস সাহিত্যৰ এখন অন্যতম শ্ৰেষ্ঠ গ্ৰন্থ বুলি অভিহিত কৰিব পৰা যায়৷ শংকৰদেৱক নতুন
    সমাজ নিৰ্মাণৰ খনিকৰ আৰু জীৱনাদৰ্শ হিচাপে গণ্য কৰা প্ৰফুল্ল মহন্তই গৱেষণা আৰু নিজা
    সৃষ্টিকৰ্মেৰে অবিৰতভাৱে বৰ্ণবাদ
    , minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">শ্ৰেণীবাদ আৰু পুৰুষতন্ত্ৰৰ বিৰুদ্ধে যুঁজ কৰি গ
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ল৷

    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">অসমৰ জনজাতীয় সমাজখনক
    সহৃদয়তাৰে আৰু অকৃত্ৰিমভাৱে ভালপোৱা মুলসুঁতিৰ অসমীয়া মানুহৰ ভিতৰত তেখেত আছিল অন্যতম৷
    তেখেতৰ বিয়োগৰ লগে লগে অসমে এটি অমূল্য ৰত্ন হেৰুৱালে৷ দূৰদৃষ্টিসম্পন্ন সাহিত্যিকগৰাকীৰ
    চিন্তা আৰু অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদান চিৰকাল বন্দিত হৈ ৰ
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ব৷ অসমীয়া সমাজখনক
    বহু দিলে প্ৰফুল্ল মহন্তই৷ অসমীয়াই কি দিলে তেওঁক
    ? mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">জীৱনকালত অসমীয়াৰ পৰা যথাযোগ্য মৰ্যাদা পালেনে
    তেওঁ
    ? mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">প্ৰশ্নটোৰ উত্তৰ পঢ়ুৱৈয়ে
    নিজৰ মনতে জুকিয়াই ল
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ব পাৰে৷



     



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">তলত ড
    ° minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">প্ৰফুল্ল মহন্তৰ চমু জীৱনী উল্লেখ কৰা হ
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ল



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">১৯৪১ চনত নগাঁৱৰ জাজৰি বগৰীগুৰিৰ হেমাৰবড়ি সত্ৰত জন্মলাভ কৰা
    প্ৰফুল্ল মহন্তৰ পিতৃ থুলেশ্বৰ মহন্ত আৰু মাতৃ আছিল কিৰণ মহন্ত৷



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">১৯৫৭ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ৷



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">১৯৬০ চনত আই.এ. উত্তীৰ্ণ (প্ৰাইভেট)৷



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">১৯৬২ চনত স্নাতক ডিগ্ৰী লাভ নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন কলেজৰ
    পৰা৷



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">১৯৬৩ চনত
    B.T. minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">ডিগ্ৰী(যোৰহাট
    P.G.T.College) mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">৷



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">১৯৬৬ অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ
    পৰা৷



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">১৯৮৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ৷ বিষয়
    আছিল
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">অসমীয়া মধ্যবিত্ত
    শ্ৰেণীৰ উদ্ভৱ বিকাশ আৰু ব্ৰিটিছ আমোলৰ অসমৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক ৰূপান্তৰত
    তেওঁলোকৰ ভূমিকা (১৮২৮-১৯৪৭)
    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">৷



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">১৯৬০ চনত কঁহিগুৰি এম.ভি.
    , mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">এল.পি. স্কুলত প্ৰায় এবছৰ শিক্ষকতা৷



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">১৯৬১-৬২ বৰপাথৰি বাপুজী হাইস্কুলত শিক্ষকতা৷



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">১৯৬২ চনত কুঁজিদাহ হাইস্কুলত 
    শিক্ষকতা



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">১৯৬৬ চনৰ শেষৰফালে ডিফু কলেজৰ অসমীয়া বিষয় শিক্ষক হিচাপে যোগদান৷



    ১৯৬৬চনতে সেই কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব গ্ৰহণ৷



     ১৯৬৮ চনত মৰিয়নি কলেজত অসমীয়া বিষয়ৰ শিক্ষক ৰূপে যোগদান৷ (১৯৬৬-১৯৯৪)৷



     ১৯৯৪ চনত আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা,অসম (আবিলেক)-ত Senior Research Fellow হিচাপে যোগদান কৰি
    ১৯৯৮ চনত ইয়াৰ সঞ্চালক পদ গ্ৰহণ কৰে আৰু ২০০৫ চনত অৱসৰ লয়৷



     ২০০৭ চনত নতুন সময়কাকতৰ সম্পাদক হিচাপে যোগদান৷



     ২০২২ চনৰ ২ চেপ্তেম্বৰ (পুৱতি নিশা ২-৫০ মিনিট)ত পৰলোকপ্ৰাপ্তি৷



     



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">ড
    °
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">প্ৰফুল্ল মহন্তৰ ৰচনাৰাজিঃ



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">১) অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">২)জনগোষ্ঠীয় চেতনাঃ আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">৩) অসমীয়া জাতীয়তাবাদৰ উৎস প্ৰসংগ



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">৪) সমাজ সংস্কৃতি ইতিহাস ইত্যাদি



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">৫)জনজাতীয় স্বাধিকাৰ আন্দোলন আৰু বড়ো জাতি সত্তা



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">৬) বড়োভূমিৰ উচুপনি



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">৭) বিষয় : জনজাতিৰ মৰ্মবেদনা



      mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">৮) ঐতিহাসিক প্রেক্ষাপটত জনজাতীয় সমস্যা শংকৰদেৱ
    আৰু বড়ো জাতি



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">৯)ঐতিহাসিক প্রেক্ষাপটত খিলঞ্জীয়াৰ অস্তিত্বৰ সংকট আৰু অনুপ্ৰৱেশৰ
    সমস্যা



     ১০) খিলঞ্জীয়াৰ সুৰক্ষা আৰু জাতি জনগোষ্ঠীৰ ঐক্যৰ সূত্ৰধাৰ
    বড়োসকল



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">১১)হিন্দুবাদ - বর্ণবাদ বিধ্বস্ত অসমীয়া জাতীয়তাবাদ আৰু নৱজাগ্রত
    জনজাতীয় চেতনা



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">১২) আধুনিক অসমীয়া সাহিত্য : সামাজিক - বৌদ্ধিক পটভূমি আৰু
    অন্যান্য



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">১৩) সমাজনায়ক শংকৰদেৱ --ঐতিহাসিক প্ৰেক্ষাপট



     



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">উপন্যাসঃ



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">১৪) সোণাইৰ সোঁত



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">১৫)ইতিহাসে ৰিঙিয়ায়



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">১৬) মিলিত প্রয়াস (
    mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">আমাৰ প্ৰতিনিধি
    mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">ত প্ৰকাশিত - গ্রন্থাকাৰে অপ্রকাশিত ) (উৎসঃ
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ড
    ° mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">প্ৰফুল্ল মহন্ত জীৱন
    আৰু অন্বেষণ
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">গ্ৰন্থ
    , mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">সম্পাদনাঃ অজিত কুমাৰ
    ভূঞা
    , mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">জিতেন্দ্ৰলাল শৰ্মা)