• মেট্ৰিক দিবলৈ যোৱা পৰীক্ষাৰ্থী পতিত হ’ল ভয়ংকৰ দুৰ্ঘটনাত! সংকটজনক অৱস্থাত দুগৰাকী

    আঞ্চলিক
    মেট্ৰিক দিবলৈ যোৱা পৰীক্ষাৰ্থী পতিত হ’ল ভয়ংকৰ দুৰ্ঘটনাত! সংকটজনক অৱস্থাত দুগৰাকী
    ডিজিটেল ডেস্কঃ চিলাপথাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত পতিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী কঢ়িওৱা এখন অট’৷ ১০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী চিলাপথাৰৰ দেবেন্দ্ৰ নগৰ, মাজৰবাৰীৰ পৰা চিমেনমুখ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয় গৈ আছিল অ’ট ৰিক্সাখনৰে৷ পৰীক্ষা দিবলৈ ঘৰৰ পৰা ওলাই অহা শিক্ষাৰ্থী এতিয়া হাস্পতালত চিকিৎসাধীন৷

    সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ দুগৰাকীক৷ বৰ্তমান সংকটমুক্ত যদিও চিকিৎসাধীন হৈ আছে অন্য ৬জন আঘাতপ্ৰাপ্ত৷ বিনা দাস নামৰ এগৰাকী ছাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ ইপিনে, নাতিনীয়েকৰ দুৰ্ঘটনাৰ খবৰ ল’বলৈ গৈ দুৰ্ঘটনাত পতিত হ’ল ককাদেউতাক৷

    কোনোমতে, ১০ গৰাকী পৰীক্ষাৰ্থীৰ ৮ গৰাকী অৱতীৰ্ণ হ’ল পৰীক্ষাত৷ পৰীক্ষাত অৱৰ্তীণ হ’ব নোৱাৰা প্ৰাৰ্থীৰ বাবে উপযুক্ত ব্যৱস্থা কৰি দিবলৈ শিক্ষামন্ত্ৰীক দাবী অভিভাৱকৰ৷
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388slot gacorslot777judi baccarat onlineagen mix parlaysv388sv388live casino onlinesv388agen casino onlineagen casinosabung ayam onlinelive casino onlinesv388agen live casinosv388sabung ayam onlinecasino onlinecasino onlinesabung ayamsabung ayamsabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot gacor 777slot zeusslot gacor hari inisv388agen roulette onlinesv388judi baccarat onlineslot thailandsv388live casino onlinesv388live casino onlineSlot Thailand