ডিজিটেল ডেস্কঃ দুৰাৰোগ্যত আক্ৰান্ত সোণাপুৰৰ এগৰাকী সমাজপ্ৰিয় যুৱক। মাত্ৰ ২৫ বছৰ বয়সতে জীৱনলৈ নামিছে কাল অমানিশা।
সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা সৰবৰহী যুৱক সমীৰ সিঙে বিচাৰিছে চৰকাৰ তথা ৰাইজৰ সহায়।
সুস্থ অৱস্থাত আৰ্তজনৰ বিপদৰ সময়ত সাহস হৈ থিয় দিয়া সমীৰ আজি নিজে অসহায়। অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃহীন সমীৰক চিকিৎসাৰ বাবে প্ৰয়োজন বিশাল পৰিমাণৰ ধনৰাশিৰ।
ৰাজহাড়ৰ কৰ্কট ৰোগত আক্ৰান্ত এইগৰাকী যুৱকৰ ব্যয়বহুল চিকিৎসাৰ বাবে প্ৰয়োজন আপোনাৰ এধানি সহায়ৰ।
জীয়াই থকাৰ অদম্য মনোবলৰ বাবেই সমীৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা সুহৃদৰ পৰা বিছাৰিছে এধানি সহায়।
আপোনাৰ সহায়ৰ সুদীৰ্ঘ দুহাতে তেওঁক দিব জীয়াই থকাৰ নতুন প্ৰেৰণা।
BANK NAME -UCO BANK
BRANCH NAME- SONAPUR
BANK ACCOUNT NO- 05000110118313
IFSC CODE- UCBA0000500
ACCOUNT HOLDER- SAMIR SINGH
PHONE NO- 9126559116
GPAY NO- 9126559116
Leave A Comment