• পূজা অৰ্চনাৰ নামত ধন-সোণ হৰলুকি কৰি, মহানগৰ আৰক্ষীৰ জালত ভণ্ড বাবা

    আঞ্চলিক
    পূজা অৰ্চনাৰ নামত ধন-সোণ হৰলুকি কৰি, মহানগৰ আৰক্ষীৰ জালত ভণ্ড বাবা
    ডিজিটেল ডেস্কঃ সাৱধান হওক ভণ্ড যোগী, বাবা সকলৰ পৰা৷ শেহতিয়া কৈ পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা,পাঞ্জাবাৰীৰ এটা পৰিয়ালৰ পৰা পূজা কৰাৰ নামত সৰলুকি কৰে ধন-সোণ৷ সাতগাঁও আৰক্ষীৰ জালত ভণ্ড বাবা যোগী মন্ত ওৰফে লালু মন্ত আৰপু লগতে ঘটনাৰ সৈতে জড়িত থকা গৌৰপদা দেৱনাথ নামৰ আন এজন সোণৰ দোকানীকো আটক কৰিছে। আৰক্ষীয়ে লঙ্কাৰ পৰা আটক কৰে ভণ্ড বাবা জনক। 

    ইতিমধ্যে সাতগাঁও থানাত ১৫৫/২৪ নম্বৰত ইউ/এছ ৩১৬ (২)/৩০৫/৩১৮(২) বিএনএছ ৰ অধীনত এটি গোচৰ ৰুজু কৰি আটক কৰা হৈছে দুয়োগৰাকীক। আৰক্ষীয়ে দুয়োজনৰ পৰা বহু পৰিমানৰ সোণৰ অলংকাৰ আৰু নগদ ধন উদ্ধাৰ কৰে।

    ঘটনাক্ৰম অনুসৰি ২০২৪ জনৰ অক্টোবৰ মাহৰ ১৯ তাৰিখে পাঞ্জাবাৰীৰ এটি পৰিয়ালৰ ঘৰত নিজকে যোগী মন্ত বুলি পৰিচয় দি আশ্ৰয় লৈছিল ধৃত ভণ্ড বাবা জনে৷ ইয়াৰ পিছত দুটা দিন পৰিয়ালটোৰ ঘৰত ভণ্ড বাবা জন আশ্ৰয় গ্ৰহণ কৰা লগতে  পূজা অৰ্চনা কৰিছিল।

    পূজা অৰ্চনাৰ চলেৰে ভণ্ড বাবা জনে পৰিয়ালটোৰ পৰা সোণৰ অলংকাৰ আৰু নগদ ধন লৈ পলায়ন কৰিছিল। ভুক্তভোগী পৰিয়ালটোৱে ২৩ অক্টোবৰত ঘটনা সন্দৰ্ভত সাতগাঁও থানাত দাখিল কৰিছিল এখন এজাহাৰ। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰে ভণ্ড বাবা সহিতে তেওঁ বস্তু বিক্ৰী কৰা সোণাৰী জনকো।
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388slot gacorjudi baccarat onlineagen mix parlaysv388sabung ayam onlinelive casino onlinesv388agen live casinosv388sabung ayam onlinecasino onlinecasino onlinesabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot gacor 777slot zeussv388agen roulette onlinesv388judi baccarat onlineslot thailandsv388live casino onlinesv388live casino onlinemix parlay sbobet casino online