• চুমি বৰাৰ স্বামী তাৰ্কিক বৰাৰ শীঘ্ৰে সলনি হ’ব কাৰাগাৰৰ ঠিকনা

    আঞ্চলিক
    চুমি বৰাৰ স্বামী তাৰ্কিক বৰাৰ শীঘ্ৰে সলনি হ’ব কাৰাগাৰৰ ঠিকনা
    ডিজিটেল ডেস্কঃ আকৌ সংবাদ শিৰোনাম দখল কৰিছে তাৰ্কিক বৰাই৷ 

    ট্ৰেডিং কেলেংকাৰীৰ খলনায়ক তাৰ্কিক বৰাৰ শীঘ্ৰেই কাৰাগাৰৰ ঠিকনা সলনি হ’ব৷                                                                                                                                                              গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্থানান্তৰ হ'ব ডিব্ৰুগড় কাৰাগাৰলৈ৷

    ডিব্ৰুগড় আৰক্ষীয়ে বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰটোত সোধ-পোছৰ বাবে ডিব্ৰুগড়লৈ নিবলৈ আবেদন কৰিছিল CBIৰ বিশেষ ন্যায়াধীশৰ আদালতত৷

    মঙলবাৰে এই আবেদন মঞ্জুৰ কৰে CBIৰ বিশেষ ন্যায়াধীশৰ আদালতে৷

    ফলত শীঘ্ৰেই গুৱাহাটীৰ পৰা লৈ যাব তাৰ্কিকক৷

    ইতিমধ্যে জানুৱাৰী মাহৰ পৰা ডিব্ৰুগড় কাৰাগাৰতে আছে চুমি বৰা আৰু বিশাল ফুকন৷ 
    sabung ayam onlinelive baccaratstrategi viral marketing lucky neko odadinggenerasi gadget mahjong ways2 scatter hitamcara menang besar mahjong ways2 gowes strategikemenangan viral strategi menang mahjong ways2terungkap efek fomo genz scatter hitam mahjong ways2sabung ayam onlinesabung ayam online